Class-12| Logic and Philosophy Question and Answer |তৰ্কবিজ্ঞান আৰু দর্শন

Class-12| Logic and Philosophy Question and Answer |তৰ্কবিজ্ঞান আৰু দর্শন। উচ্চতৰ মাধ্যমিক দ্বিতীয় বাৰ্ষিকৰ ঐচ্ছিক অসমীয়া বিষয়ৰ শেহতীয়া পাঠ্যক্ৰমৰ ওপৰত ভিত্তি কৰি পাঠ ভিত্তিক প্রশ্ন উত্তৰৰ লগতে অতিৰিক্ত প্ৰশ্নৰ উত্তৰ আমাৰ ৱেবচাইটত উপলব্ধ। AHSEC Syllabus

Class-12| Logic and Philosophy Question and Answer |তৰ্কবিজ্ঞান আৰু দর্শন
Class 12 তর্কবিজ্ঞান আৰু দৰ্শন

Class-12| Logic and Philosophy Question and Answer |তৰ্কবিজ্ঞান আৰু দর্শন

চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হবলগীয়া ছাত্র-ছাত্ৰীৰ বাবে আমাৰ এই ৱেবছাইটত শেহতীয়া পাঠ্যক্ৰমৰ ওপৰত ভিত্তি কৰি পাঠ Class-12| Logic and Philosophy Question and Answer |তৰ্কবিজ্ঞান আৰু দর্শন ভিত্তিক প্ৰশ্ন উত্তৰৰ লগতে অতিৰিক্ত প্ৰশ্ন উত্তৰ দিবলৈ চেষ্টা কৰিছোঁ। যত ছাত্ৰ-ছাত্ৰীয়ে অনলাইন যোগে পঢ়িব পাৰিব।

Class-12| Logic and Philosophy তৰ্কবিজ্ঞান আৰু দর্শন

Sl. No.Contents
Chapter 1আগমন আৰু ইয়াৰ প্ৰকাৰ
Chapter 2আগমনৰ ভিত্তি
Chapter 3প্ৰকল্প
Chapter 4মিলৰ পৰীক্ষণমূলক অনুসন্ধান পদ্ধতি
Chapter 5বাস্তৱবাদ: সৰল আৰু বৈজ্ঞানিক
Chapter 6ভাববাদ: আত্মগত আৰু বস্তুগত
Chapter 7নীতিশাস্ত্র
Chapter 8ধর্ম

আমাৰ ফালৰ পৰা দুআষাৰ

সৰ্বভাৰতীয় পাঠ্যক্ৰমৰ লগত সহ অৱস্থান হোৱাকৈ ৰাষ্ট্ৰীয় শৈক্ষিক গবেষণা আৰু প্রশিক্ষণ পৰিষদে (NCERT) প্রস্তুত কৰি উলিওৱা ৰাষ্ট্ৰীয় পাঠ্যক্ৰমৰ গাঁথনি (NCF-2005) ৰ আধাৰত অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে (AHSEC) যথেষ্ট পর্যালোচনাৰ অন্তত শেহতীয়াকৈ পাঠ্যক্ৰমৰ সংশোধন কৰিছে। উচ্চতৰ মাধ্যমিক দ্বিতীয় বার্ষিক আৰু দ্বিতীয় বার্ষিক ছাত্ৰ-ছাত্ৰীসকললৈ ব্যৱহাৰিক আৰু বিজ্ঞানসন্মত গুণগত শিক্ষা আগবঢ়োৱাৰ উপৰিও শিক্ষাৰ ক্ষেত্ৰত গোলকীয় যুগৰ প্ৰয়োজনীয়তা পূৰাবলৈ “অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে” ইয়াৰ পাঠ্যক্ৰম আৰু পাঠ্যসূচী সংশোধন কৰি উলিয়াইছে। ৰাষ্ট্ৰীয় শৈক্ষিক গবেষণা তথা প্রশিক্ষণ পৰিষদ আৰু বিশ্ববিদ্যালয়ৰ অনুদান আয়োগৰ (UGC) দৰে গৱেষণা প্রতিষ্ঠানবোৰত নতুন পাঠ্যক্ৰম আৰু পাঠ্যসূচী প্ৰৱৰ্তন কৰিবৰ বাবে অধিতভাবে প্ৰয়াস আৰম্ভ হৈছে। এনে প্রচেষ্টাই প্রয়োজনীয় জ্ঞানৰ বিকাশ ঘটোৱাৰ লগতে ছাত্ৰ সমাজৰ শৈক্ষিক মান উন্নত কৰাত সহায় কৰিব।

HS Second Year Question Answer (Assamese Medium)

EnglishClick Here
অৰ্থনীতি (Economy)Click Here
ভূগোল (Geography)Click Here
हिंदीClick Here
অসমীয়াClick Here
ঐচ্ছিক অসমীয়া (Advance Assamese)Click Here
বুৰঞ্জী (History)Click Here
শিক্ষা (Education)Click Here
ৰাজনীতি (Political Science)Click Here
সমাজতত্ত্ব (Sociology)Click Here
তৰ্কবিদ্যা আৰু দর্শনশাস্ত্ৰ (Logic & Philosophy)Click Here
নৃতত্ত্ব (Anthropology)Click Here

Leave a Reply