NIOS|Class-12 Political Science(317)| Notes| Questions Answer| Assamese Medium|

NIOS|Class-12 Political Science(317)| Notes| Questions Answer Assamese Medium|মুক্ত বিদ্যালয়ৰ (SOS) ছাত্ৰ-ছাত্ৰীৰ বাবে উপযোগীকে ৰাষ্ট্ৰীয় মুক্ত বিশ্ববিদ্যালয় শিক্ষা সংস্থাই প্ৰস্তুত কৰি উলিওৱা অসম ৰাজ্যিক মুক্ত বিদ্যালয়ৰ পাঠ্যক্রম হিচাপে গ্রহণ কৰা হৈছে।

অসম ৰাজ্যিক মুক্ত বিদ্যালয়ৰ শৈক্ষিক পাঠ্যক্ৰমক নমনীয় বোলা হৈছে এই বাবেই যে ইয়াত পুঢ়ুৱৈয়ে কি পঢ়িব, কেনেকৈ পঢ়িব, ক’ত পঢ়িব আৰু কেনেদৰে পঢ়ি তাক নিজে নির্ণয় কৰিব পাৰে। এই পাঠ্যক্রমৰ অধ্যয়ন সামগ্ৰীসমূহ দূৰ সংযোগী শিক্ষাৰ আৰ্হিৰে প্ৰস্তুত কৰা হৈছে আৰু বিদ্যালয়ত যোগদান নকৰাকৈ ছাত্ৰ-ছাত্ৰীসকলে তেওঁলোকৰ সুবিধা অনুসৰি অধ্যয়ন কৰিব পাৰে। তাৰোপৰি পাঠ্যক্ৰমত বছৰি দুবাৰকৈ ৫ বছৰত ৯ বাৰ পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ সুবিধা লাভ কৰিব। NIOS|Class-12 Political Science(317)| Notes| Questions Answer| Assamese Medium|

NIOS|Class-12 Political Science(317)| Notes| Questions Answer|
Political Science (317)

বৰ্ধিত জনসংখ্যাৰ লগে লগে বাঢ়ি অহা আনুষ্ঠানিক চাহিদাৰ অভাৱ, আর্থ সামাজিক কাৰক আদিৰ বাবে বহু সংখ্যক ছাত্ৰ-ছাত্ৰী শিক্ষা আহৰণৰ পৰা বঞ্চিত হৈ আহিছে। মাধ্যমিক শিক্ষাৰ সাৰ্বজনীনতাৰ দ্বাৰা আনুষ্ঠানিক শিক্ষা গ্ৰহণৰ পৰা বঞ্চিত অধ্যয়ন পিপাসু ছাত্ৰ-ছাত্ৰীসকলৰ মাজত শিক্ষা গ্ৰহণৰ এটি পথ প্রসস্ত কৰাৰ প্ৰয়োজনীয়তা আৰ্হি পৰিছে। সেয়েহে আনুষ্ঠানিক শিক্ষা ব্যৱস্থাৰ পৰিসীমাৰ পৰা NIOS|Class-12 Political Science(317)| Notes| Questions Answer Assamese Medium| আঁতৰি থকা বা লাহে লাহে বিভিন্ন কাৰণত শৈক্ষিক মূল সুঁতিৰ পৰা ফালৰি কাটি যোৱা সকলৰ মাজত শিক্ষা প্ৰসাৰৰ প্ৰতি লক্ষ্য আগত ৰাখি আনুষ্ঠানিক শিক্ষাৰ বিকল্প ৰূপত মুক্ত তথা দূৰ সংযোগী শিক্ষা (Open and Distance Learning) ব্যৱস্থাৰ প্ৰৱৰ্তন কৰা হৈছে। শৈক্ষিক পাঠ্যক্ৰমৰ নমনীয় গুণেৰে এই শিক্ষা ব্যৱস্থা সকলোৰে বাবে সহজলভ্য কৰাৰ প্ৰয়াস কৰা হৈছে।

NIOS Notes & Question Answer (Assamese Medium)

EnglishClick Here
AssameseClick Here
EconomicClick Here
Environmental StudiesClick Here
Home ScienceClick Here
Political ScienceClick Here
Psychology Click Here

শিক্ষক-শিক্ষয়িত্রী, অভিভাৱক, ছাত্ৰ-ছাত্ৰীৰ বিপুল দাবীৰ প্ৰতি সঁহাৰি জনাই আমি অসমত প্ৰথমবাৰৰ বাবে অসম ৰাজ্যিক মুক্ত বিদ্যালয়ৰ উচ্চতৰ মাধ্যমিক পাঠ্যক্ৰমৰ হাতপুথি তথা QUESTIONS & ANSWERS’ প্ৰকাশ কৰিবলৈ মনস্থ কৰিলো। পৰীক্ষাত সহজে লিখিব পৰাকৈ সৰল বাক্যত, বুজিবলৈ আৰু মনত ৰাখিবলৈ উজু, To the point Answers অনুসৰি—পুথিলানি প্রস্তুত কৰি উলিৱাইছো। অজানিতে দুটা এটা ভুল ৰৈ যোৱাটো স্বাভাৱিক। পৰৱৰ্তী পৰ্যায়ত উন্নত কৰিবলৈ বিজ্ঞজনৰ পৰা দিহা পৰামৰ্শ আশা কৰিলো।

NIOS|Class-12 Political Science(317)| Notes| Questions Answer|

খণ্ড : ১

অধ্যায়বিষয়বস্তু
অধ্যায় ১ৰাজনীতি বিজ্ঞানৰ অৰ্থ, প্ৰকৃতি আৰু পৰিসৰ
অধ্যায় ২জাতি আৰু ৰাষ্ট্ৰ
অধ্যায় ৩সমাজ, জাতি ৰাষ্ট্ৰ আৰু চৰকাৰৰ মাজৰ পাৰ্থক্য
অধ্যায় ৪প্ৰধান ৰাজনৈতিক তত্ত্বসমূহ
মড্যুল : ২
অধ্যায় ৫প্ৰস্তাৱনা আৰু সংবিধানৰ প্ৰধান বৈশিষ্ট্যসমূহ
অধ্যায় ৬মৌলিক অধিকাৰসমূহ
অধ্যায় ৭ৰাষ্ট্ৰ পৰিচালনাৰ নীতি আৰু মৌলিক কৰ্তব্য
অধ্যায় ৮ভাৰতীয় যুক্তৰাষ্ট্ৰীয় ব্যৱস্থা
অধ্যায় ৯জৰুৰীকালীন ব্যৱস্থাসমূহ
মড্যুল : ৩
অধ্যায় ১০কেন্দ্রীয় কার্যপালিকা
অধ্যায় ১১ভাৰতৰ সংসদ
অধ্যায় ১২ভাৰতৰ উচ্চতম ন্যায়ালয়
অধ্যায় ১৩ৰাজ্যিক কার্যপালিকা
অধ্যায় ১৪ৰাজ্যিক বিধানমণ্ডল
অধ্যায় ১৫উচ্চ ন্যায়ালয় আৰু তলতীয়া আদালতসমূহ
অধ্যায় ১৬স্থানীয় চৰকাৰ : নগৰ আৰু গ্ৰাম্য

খণ্ড : ২

মড্যুল : ৪
অধ্যায় ১৭সার্বজনীন প্রাপ্তবয়স্কৰ ভোটাধিকাৰ আৰু
প্রতিনিধিত্বৰ পদ্ধতিসমূহ
অধ্যায় ১৮ভাৰতবৰ্ষৰ নিৰ্বাচনী ব্যবস্থা
অধ্যায় ১৯ৰাষ্ট্ৰীয় ৰাজনৈতিক দল
অধ্যায় ২০আঞ্চলিকতাবাদ আৰু আঞ্চলিক দল
অধ্যায় ২১জনমত আৰু প্ৰভাৱগোষ্ঠী
মড্যুল : ৫
অধ্যায় ২২সাম্প্রদায়িকতা, জাতি আৰু আৰক্ষণ
অধ্যায় ২৩পাৰিপাৰ্শ্বিক সচেতনতা
অধ্যায় ২৪সু-শাসন
অধ্যায় ২৫মানৱ অধিকাৰ
মড্যুল : ৬
অধ্যায় ২৬ভাৰতৰ বৈদেশিক নীতি
অধ্যায় ২৭আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ৰাছিয়াৰ
সৈতে ভাৰতৰ সম্পৰ্ক
অধ্যায় ২৮ভাৰত আৰু ইয়াৰ প্ৰতিবেশী ৰাষ্ট্ৰসমূহ : চীন,
পাকিস্তান আৰু শ্রীলঙ্কা

ঐচ্ছিক মড্যুল : ১

অধ্যায় ২৯সমসাময়িক বিশ্ব শৃংখলা
অধ্যায় ৩০ৰাষ্ট্ৰসংঘ
অধ্যায় ৩১ৰাষ্ট্ৰসংঘৰ শাস্তি প্ৰতিষ্ঠাৰ কাৰ্যাৱলী
অধ্যায় ৩২ৰাষ্ট্ৰসংঘ আৰু অৰ্থনৈতিক আৰু সামাজিক বিকাশ
নাইবা
ঐচ্ছিক মড্যুল : ২
অধ্যায ৩৩লোকসেৱা আয়োগ
অধ্যায় ৩৪কেন্দ্ৰীয়, ৰাজ্যিক আৰু জিলা পৰ্যায়ত
প্রশাসনীয় ব্যৱস্থাসমূহ
অধ্যায় : ৩৫ৰাজনৈতিক কাৰ্যপালিকা আৰু আমোলাতন্ত্ৰ
অধ্যায় : ৩গণ অভিযোগ আৰু মৰিষণৰ উপায়

আমি আশা কৰোঁ যে QUESTIONS & ANSWERS বিষয়ৰ শিক্ষাৰ উদ্দেশ্যাৱলী সফলভাৱে ৰূপায়ন কৰিব পাৰিব। শেষত, শিক্ষাৰ্থীসকলৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলো।

Leave a Reply