NIOS| Assamese (303)|Notes/Questions Answer|

NIOS| Assamese (303)|Notes/Questions Answer| মুক্ত বিদ্যালয়ৰ (SOS) ছাত্ৰ-ছাত্ৰীৰ বাবে উপযোগীকে ৰাষ্ট্ৰীয় মুক্ত বিশ্ববিদ্যালয় শিক্ষা সংস্থাই প্ৰস্তুত কৰি উলিওৱা অসম ৰাজ্যিক মুক্ত বিদ্যালয়ৰ পাঠ্যক্রম হিচাপে গ্রহণ কৰা হৈছে।

অসম ৰাজ্যিক মুক্ত বিদ্যালয়ৰ শৈক্ষিক পাঠ্যক্ৰমক নমনীয় বোলা হৈছে এই বাবেই যে ইয়াত পুঢ়ুৱৈয়ে কি পঢ়িব, কেনেকৈ পঢ়িব, ক’ত পঢ়িব আৰু কেনেদৰে পঢ়ি তাক নিজে নির্ণয় কৰিব পাৰে। এই পাঠ্যক্রমৰ অধ্যয়ন সামগ্ৰীসমূহ দূৰ সংযোগী শিক্ষাৰ আৰ্হিৰে প্ৰস্তুত কৰা হৈছে আৰু বিদ্যালয়ত যোগদান নকৰাকৈ ছাত্ৰ-ছাত্ৰীসকলে তেওঁলোকৰ সুবিধা অনুসৰি অধ্যয়ন কৰিব পাৰে। তাৰোপৰি পাঠ্যক্ৰমত বছৰি দুবাৰকৈ ৫ বছৰত ৯ বাৰ পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ সুবিধা লাভ কৰিব। NIOS| Assamese (303)|Notes/Questions Answer|

NIOS| Assamese (303)|Notes/Questions Answer|
Assamese (303)

বৰ্ধিত জনসংখ্যাৰ লগে লগে বাঢ়ি অহা আনুষ্ঠানিক চাহিদাৰ অভাৱ, আর্থ সামাজিক কাৰক আদিৰ বাবে বহু সংখ্যক ছাত্ৰ-ছাত্ৰী শিক্ষা আহৰণৰ পৰা বঞ্চিত হৈ আহিছে। মাধ্যমিক শিক্ষাৰ সাৰ্বজনীনতাৰ দ্বাৰা আনুষ্ঠানিক শিক্ষা গ্ৰহণৰ পৰা বঞ্চিত অধ্যয়ন পিপাসু ছাত্ৰ-ছাত্ৰীসকলৰ মাজত শিক্ষা গ্ৰহণৰ এটি পথ প্রসস্ত কৰাৰ প্ৰয়োজনীয়তা আৰ্হি পৰিছে। সেয়েহে আনুষ্ঠানিক শিক্ষা ব্যৱস্থাৰ পৰিসীমাৰ পৰা আঁতৰি থকা বা লাহে লাহে বিভিন্ন কাৰণত শৈক্ষিক মূল সুঁতিৰ পৰা ফালৰি কাটি যোৱা সকলৰ মাজত শিক্ষা প্ৰসাৰৰ প্ৰতি লক্ষ্য আগত ৰাখি আনুষ্ঠানিক শিক্ষাৰ বিকল্প ৰূপত মুক্ত তথা দূৰ সংযোগী শিক্ষা (Open and Distance Learning) ব্যৱস্থাৰ প্ৰৱৰ্তন কৰা হৈছে। শৈক্ষিক পাঠ্যক্ৰমৰ নমনীয় গুণেৰে এই শিক্ষা ব্যৱস্থা সকলোৰে বাবে সহজলভ্য কৰাৰ প্ৰয়াস কৰা হৈছে।

NIOS Notes & Question Answer (Assamese Medium)

EnglishClick Here
AssameseClick Here
EconomicClick Here
Environmental StudiesClick Here
Home ScienceClick Here
Political ScienceClick Here
Psychology Click Here

শিক্ষক-শিক্ষয়িত্রী, অভিভাৱক, ছাত্ৰ-ছাত্ৰীৰ বিপুল দাবীৰ প্ৰতি সঁহাৰি জনাই আমি অসমত প্ৰথমবাৰৰ বাবে অসম ৰাজ্যিক মুক্ত বিদ্যালয়ৰ উচ্চতৰ মাধ্যমিক পাঠ্যক্ৰমৰ হাতপুথি তথা QUESTIONS & ANSWERS’ প্ৰকাশ কৰিবলৈ মনস্থ কৰিলো। পৰীক্ষাত সহজে লিখিব পৰাকৈ সৰল বাক্যত, বুজিবলৈ আৰু মনত ৰাখিবলৈ উজু, To the point Answers অনুসৰি—পুথিলানি প্রস্তুত কৰি উলিৱাইছো। অজানিতে দুটা এটা ভুল ৰৈ যোৱাটো স্বাভাৱিক। পৰৱৰ্তী পৰ্যায়ত উন্নত কৰিবলৈ বিজ্ঞজনৰ পৰা দিহা পৰামৰ্শ আশা কৰিলো।

NIOS| Assamese (303)|Notes/Questions Answer|

অধ্যায়বিষয়বস্তু
অধ্যায় ১অসমীয়া সাহিত্যৰ চমু ইতিহাস
অধ্যায় ২ৰাৱণক বিভীষণৰ সজ উপদেশ
অধ্যায় ৩হৰৰ কৃষ্ণস্তুতি
অধ্যায় ৪জীৱনৰ শান্তিপৰ্ব
অধ্যায় ৫কালিদাস আৰু শকুন্তলা
অধ্যায় ৬ভাৱ সম্প্ৰসাৰণ
অধ্যায় ৭বৰগীত (মাই হেৰ গোকুল…)
অধ্যায় ৮বনকুঁৱৰী
অধ্যায় ৯বৰবৰুৱাৰ কবিতাৰ বেদনা
অধ্যায় ১০কলিকতা-যাত্রা
অধ্যায় ১১সাৰাংশ লিখন
অধ্যায় ১২পত্র লিখন
অধ্যায় ১৩বিশ্বখনিকৰ
অধ্যায় ১৪বশিষ্ঠাশ্রম
অধ্যায় ১৫অসমীয়া বৈষ্ণব কবিৰ নাৰদ
অধ্যায় ১৬পৰিকল্পনা প্ৰস্তুতকৰণ

খণ্ড : ২

অধ্যায় ১৭নাটঘৰ
অধ্যায় ১৮নাৱৰীয়া (ক)
অধ্যায় ১৯সাহিত্য
অধ্যায় ২০ব্যাকৰণ
অধ্যায় ২১লাচিত ফুকন
অধ্যায় ২২এখন চিঠি
অধ্যায় ২৩বর্ণবোধ
অধ্যায় ২৪ৰচনা লিখন
অধ্যায় ২৫কুকুৰ
অধ্যায় ২৬আঘোণৰ কুঁৱলী
অধ্যায় ২৭অসমৰ খেল-ধেমালি
অধ্যায় ২৮দুর্যোগ ব্যৱস্থাপনা
অধ্যায় ২৯মর্মান্তিক
অধ্যায় ৩০শোণিত কুৱঁৰী

আমি আশা কৰোঁ যে QUESTIONS & ANSWERS বিষয়ৰ শিক্ষাৰ উদ্দেশ্যাৱলী সফলভাৱে ৰূপায়ন কৰিব পাৰিব। শেষত, শিক্ষাৰ্থীসকলৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলো।

Leave a Reply