NIOS| Psychology (328) Notes/Answer|Chapter-28 ক্রীড়া কেন্দ্র : সাংগঠনিক সবিশেষ

NIOS| Psychology (328) Notes/Answer|Chapter-28 ক্রীড়া কেন্দ্র : সাংগঠনিক সবিশেষ| (SOS) ছাত্ৰ-ছাত্ৰীৰ বাবে উপযোগীকে ৰাষ্ট্ৰীয় মুক্ত বিশ্ববিদ্যালয় শিক্ষা সংস্থাই প্ৰস্তুত কৰি উলিওৱা পাঠ্যক্রমকে অসম ৰাজ্যিক মুক্ত বিদ্যালয়ৰ পাঠ্যক্রম হিচাপে গ্রহণ কৰা হৈছে। NIOS| Psychology (328) Notes/Answer|Chapter-28 ক্রীড়া কেন্দ্র : সাংগঠনিক সবিশেষ

NIOS| Psychology (328) Notes/Answer|Chapter-28 ক্রীড়া কেন্দ্র : সাংগঠনিক সবিশেষ

(28.1. পাঠা অন্তর্গত প্রশ্নাৱলীৰ উত্তৰঃ) 

1. এটা ক্রীড়া কেন্দ্ৰৰ খেলা ঠাই হ’ব লাগে 

1. আচ্ছাদিত 

2. অনাচ্ছাদিত 

3. আচ্ছাদিত আৰু অনাচ্ছাদিত উভয় 

4. বহিঃভাগতকৈ অধিক আন্ত:ভাগৰ।

 উত্তৰ:3. আচ্ছাদিত আৰু অনাচ্ছাদিত উভয় 

2. এটা ক্রীড়া কেন্দ্ৰত খেলাৰ তদাৰক কৰিব পাৰি (সম্ভব হয়)…………..

 1. আচ্ছাদিত

 2. অনাচ্ছাদিত

 3. আচ্ছাদিত আৰু অনাচ্ছাদিত 

4. অধিক আচ্ছাদিত আৰু কম অনাচ্ছাদিত। 

উত্তৰ: 3. আচ্ছাদিত আৰু অনাচ্ছাদিত

 3. অনাচ্ছাদিত খেলৰ বাবে ঠাই হ’ব লাগে অতি কমেও– ………

1. ১-২ বর্গমিটাৰ/শিশুটোৱে প্ৰতি 

2. ২ বর্গমিটাৰ/শিশুটোৱে প্ৰতি 

3. ৩ বর্গমিটার/শিশুটোৱে প্ৰতি

 4. ৩-৫ বর্গমিটাৰ/শিশুটোৱে প্ৰতি 

উত্তৰঃ 4. ৩-৫ বর্গমিটার/শিশুটোৱে প্ৰতি 

4. শিশুটোৱে প্রতি আচ্ছাদিত খেলৰ ঠাই হ’ব লাগে ……………..

1. ১২ বর্গমিটাৰ 2. ২ বর্গমিটাৰ 

3. ৩ বর্গমিটাৰ 4. ৩৫ বর্গমিটাৰ : 

উত্তৰ:2. ২ বর্গমিটাৰ 

5. যিকোনো ক্রীড়া কেন্দ্ৰতে তলৰ কোনটো বিশেষ প্ৰাধান্য পোৱা উচিত …………..

1. বহির্বিভাগৰ খেলৰ বাবে ঠাই 

2. খেলা সামগ্রী 

3. বিশুদ্ধ খোৱাপানী 

4. ৰান্ধনি ঘৰ।

উত্তৰ: 3. বিশুদ্ধ খোৱাপানী 

6. পৰিৱেশৰ লগত শিশুৰ সম্পৰ্ক স্থাপনৰ বাবে এটা ক্রীড়া কেন্দ্ৰত থাকিব লাগিব ……………

1. বহির্বিভাগৰ ঠাই 

2. খেলা সামগ্রী 

3. বিশুদ্ধ খোৱাপানী 

4. ৰান্ধনি ঘৰ।

উত্তৰঃ 1. বহির্বিভাগৰ ঠাই 

 28.2. পাঠ্য অন্তর্গত প্রশ্নাৱলীৰ উত্তৰ ঃ 

1. শুদ্ধ নে অশুদ্ধ কোৱা : 

(ক) ক্রীড়া কেন্দ্ৰসমূহে খেলৰ সামগ্ৰী নোহোৱাকৈ ভালদৰে কাৰ্য সম্পাদন কৰিব পাৰিব নোৱাৰিব। শুদ্ধ/অশুদ্ধ 

উত্তৰ: অশুদ্ধ 

(খ) খেলৰ সামগ্ৰীমূহ মাথো দোকানৰ পৰাহে কিনিব পাৰি। শুদ্ধ/অশুদ্ধ

উত্তৰ: অশুদ্ধ। 

(গ) খেলৰ সঁজুলিসমূহৰ উপযুক্ত ব্যৱহাৰৰ বাবে সেইবোৰক ভালদৰে সজাই থ’ব লাগে।  শুদ্ধ/অশুদ্ধ 

উত্তৰ: শুদ্ধ 

(ঘ) সঁজুলিসমূহ এবাৰ কিনাৰ পিছত কেতিয়াও পুনৰ কিনিব নালাগে। শুদ্ধ/অশুদ্ধ

উত্তৰ: অশুদ্ধ 

(ঙ) খেলৰ সামগ্ৰীসমূহ শিথিল (Flexible) বিধৰ হ’ব নালাগে। শুদ্ধ/অশুদ্ধ 

উত্তৰ: অশুদ্ধ

 28.3. পাঠ্য অন্তর্গত প্রশ্নাৱলীৰ উত্তৰ 🙂 শুদ্ধ নে অশুদ্ধ কোৱা ঃ 

1. এটা ক্রীড়া কেন্দ্ৰত যিমানেই শিশু ভর্তি নহওঁক কিয় এজনেই মাত্র শিক্ষকৰ প্ৰয়োজন হয়। 

উত্তৰ: অশুদ্ধ

 2. শিক্ষকগৰাকীৰ একমাত্র কর্তব্য হৈছে শিক্ষাদান। 

উত্তৰ: অশুদ্ধ

 3. শিক্ষকগৰাকীয়ে গৃহ আৰু স্কুলৰ মাজত ব্যৱধান হ্রাস কৰিব লাগে। 

উত্তৰ: শুদ্ধ

 4. ক্রীড়া কেন্দ্ৰ এটা যিহেতু শিশুকেন্দ্রীক, সেয়েহে ইয়াত শিশুৰ শিক্ষণৰ ক্ষেত্ৰত শিক্ষকৰ কোনো ভূমিকা নাই। 

উত্তৰঃ অশুদ্ধ 

5. শিক্ষকগৰাকী প্রগতিশীল আৰু উৎসাহী হোৱা প্ৰয়োজন। 

উত্তৰ: শুদ্ধ 

পাঠ্য সমাপ্তিৰ অনুশীলনীৰ উত্তৰ 

1. ভাল সঁজুলিৰ প্ৰয়োজনীয় বৈশিষ্ট্যসমূহ কি কি ?

উত্তৰ: ভাল সঁজুলিৰ প্ৰয়োজনীয় বৈশিষ্ট্যসমূহ হ’ল:

 (ক) ল’ৰা-ছোৱালীৰ খেলৰ সামগ্ৰীৰ মাজত কোনো পার্থক্য (বিভেদ) নৰখা, 

(খ) মজবুত আৰু দীৰ্ঘদিনৰ বাবে চলিব পৰা, 

(গ) পছন্দ আৰু সলনি কৰিব পৰা, 

(ঘ) শিশুৰ কল্পনাক জড়িত কৰা,

 (ঙ) শিশুসকলৰ মাজত সহযোগিতা সৃষ্টিত উৎসাহ প্রদান। 

2. এটা ক্রীড়া কেন্দ্ৰৰ শিক্ষকগৰাকীৰ দায়িত্ব কি কি?

 উত্তৰঃ ক্রীড়া কেন্দ্ৰ এটাৰ গুণগত হোৱাৰ মুখ্য দিশ হৈছে শিক্ষক গৰাকীৰ ভূমিকা। ক্রীড়া কেন্দ্ৰটোৰ নিৰ্ধাৰিত লক্ষ্য উদ্দেশ্যত উপনীত হ’বলৈ সম্পাদন কৰা বিভিন্ন ক্ৰিয়া আৰু কাৰ্যসূচীৰ দায়িত্ব পালন কৰা ব্যক্তিগৰাকীয়ে হৈছে শিক্ষয়িত্ৰীগৰাকী।

 শিক্ষকগৰাকীৰ বাবে এই প্রয়োজনীয় প্ৰশিক্ষণৰ অতি আৱশ্যক। শিক্ষকগৰাকীয়ে ক্রীড়া কেন্দ্ৰ বা ক্রীড়া স্কুল পৰিচালনাৰ বৃত্তিয় প্ৰশিক্ষণ নাইবা ডিপ্লমা পাঠ্যক্ৰম আহৰণ (গ্রহণ) কৰা উচিত। ইয়াৰোপৰি ক্ৰীড়া কেন্দ্র বাবে উপযুক্ত বুলি বিবেচিত শিক্ষক এগৰাকীৰ তলত দিয়া দিশ কেইটাৰো অতি প্রয়োজন। 

— ক্রীড়া কেন্দ্ৰৰ সু-পৰিচালনাৰ বাবে ইয়াৰ নিৰ্ধাৰিত লক্ষ্য-উদ্দেশ্যসমূহ ভালদৰে বুজি লোৱা উচিত, ক্রীড়া কেন্দ্র বিভিন্ন কাৰ্যসূচীসমূহ কেতিয়া আৰু কিদৰে সজাই ল’ব পাৰি সেই বিষয়ে সম্পূর্ণ থকা উচিত, – দশম শ্রেণী উত্তীৰ্ণ আৰু দুবছৰৰ প্ৰশিক্ষণ নাইবা দ্বাদশ শ্রেণী উত্তীর্ণ আৰু এবছৰৰ প্ৰশিক্ষণপ্রাপ্ত হ’ব লাগিব শিক্ষকগাৰী, তেওঁৰ বয়স ১৮ বছৰৰ তলত হ’ব নোৱাৰিব, – ক্রীড়া কেন্দ্ৰৰ সঁজুলিসমূহ আৰু এইবোৰৰ অৰ্থপূৰ্ণ ব্যৱহাৰৰ বিষয়ে সজাগ হ’ব লাগিব। 

ক্রীড়া কেন্দ্ৰ এটাৰ শিক্ষকগৰাকীৰ নিজৰ প্ৰতি, শিশুৰ প্ৰতি, কেন্দ্ৰটো (বা স্কুলখনৰ) আৰু সম্প্ৰদায়ৰ (সমাজ) প্রতি কিছুমান বিশেষ দায়িত্ব থাকে। প্রকৃততে এই দায়িত্বখিনিক এগৰাকী ভাল শিক্ষকৰ বৈশিষ্ট বুলিও ক’ব পাৰি। 

অধ্যায়:খণ্ড ১LINK
মড্যুল :১
অধ্যায়: ১মনোবিজ্ঞান : আত্ম আৰু আনসকলৰ মননClick Here
অধ্যায়: ২মনোবিজ্ঞানীসকলে কিদৰে অধ্যয়ন কৰে?Click Here
অধ্যায়: ৩মন আৰু আচৰণৰ জৈৱিক আৰু সাংস্কৃতিক আকৃতিকৰণClick Here
অধ্যায়: 8আমাৰ চৌপাশৰ পৃথিবীৰ প্ৰতি সজাগতাClick Here
অধ্যায়: ৫মনোযোগ আৰু সংবোধনClick Here
অধ্যায়: ৬শিক্ষণ প্ৰক্ৰিয়া আৰু কৌশল আয়ত্বকৰণClick Here
অধ্যায়: ৭স্মৃতি আৰু বিস্মৃতিClick Here
অধ্যায়: ৮সত্যতাৰ ঊৰ্ধ্বলৈ যাত্ৰা : চিন্তা আৰু যুক্তিClick Here
অধ্যায়: ৯অভিৰোচনClick Here
অধ্যায়: ১০আৱেকClick Here
অধ্যায়: ১১বিকাশ : ইয়াৰ প্ৰকৃতিClick Here
অধ্যায়: ১২বিকাশৰ প্ৰভাৱ ক্ষেত্রসমূহClick Here
অধ্যায়: ১৩কৈশোৰClick Here
অধ্যায়: ১8প্রাপ্তবয়স্ককাল আৰু বাৰ্ধক্য কালClick Here
অধ্যায়: ১৫বৈষম্যসমূহৰ মনন বুদ্ধিৰ সংঘটনClick Here
অধ্যায়: ১৬আত্ম বা স্বয়ং কি ?Click Here
অধ্যায়: ১৭আত্ম বা স্বয়ং আৰু মনোবৈজ্ঞানিক প্রক্রিয়াসমূহClick Here
অধ্যায়: ১৮ব্যক্তিত্বৰ তত্ত্বসমূহClick Here
অধ্যায়: ১৯ব্যক্তিত্বৰ মূল্যাঙ্কনClick Here
অধ্যায়: ২০মনোবৈজ্ঞানিক বিসংগতিClick Here
অধ্যায়: ২১দলীয় প্রক্রিয়াসমূহClick Here
অধ্যায়: ২২ব্যক্তি বোধ আৰু আন্তঃব্যক্তিক আকর্ষণClick Here
অধ্যায়: ২৩মানুহ-পৰিবেশ পাৰস্পৰিক ক্রিয়াClick Here
অধ্যায়: ২8মনোচিকিৎসাClick Here
অধ্যায়: ২৫স্বাস্থ্য মনোবিজ্ঞানClick Here
অধ্যায়: ২৬শিক্ষা আৰু কৰ্মClick Here
অধ্যায়: ২৭কৰ্মজীৱনৰ উন্নতিClick Here
অধ্যায়: ২৮বৃত্তিগত পছন্দ আৰু বৃত্তিগত সমাযোজনClick Here
অধ্যায়: ২৯চাপ আৰু তোমাৰ স্বাস্থ্যClick Here
অধ্যায়: ৩০চাপ পৰিচালনা আৰু কল্যাণClick Here
অধ্যায়: ২৬আগতীয়া বাল্যকালৰ বিকাশৰ ধাৰাClick Here
অধ্যায়: ২৭ক্রীড়া কেন্দ্র ঃ উদ্দেশ্যClick Here
অধ্যায়: ২৮ক্রীড়া কেন্দ্র : সাংগঠনিক সবিশেষClick Here
অধ্যায়: ২৯কাৰ্যসূচীসমূহৰ পৰিকল্পনা আৰু পৰিচালনাClick Here
অধ্যায়: ৩০ক্রীড়া কেন্দ্ৰত অভিভাৱক আৰু সম্প্ৰদায়ৰ অংশ গ্রহণClick Here



This Post Has 4 Comments

Leave a Reply