NIOS| Psychology (328) Notes/Answer|Chapter-18 ব্যক্তিত্বৰ তত্ত্বসমূহ

NIOS| Psychology (328) Notes/Answer|Chapter-18 ব্যক্তিত্বৰ তত্ত্বসমূহ| (SOS) ছাত্ৰ-ছাত্ৰীৰ বাবে উপযোগীকে ৰাষ্ট্ৰীয় মুক্ত বিশ্ববিদ্যালয় শিক্ষা সংস্থাই প্ৰস্তুত কৰি উলিওৱা পাঠ্যক্রমকে অসম ৰাজ্যিক মুক্ত বিদ্যালয়ৰ পাঠ্যক্রম হিচাপে গ্রহণ কৰা হৈছে। NIOS| Psychology (328) Notes/Answer|Chapter-18 ব্যক্তিত্বৰ তত্ত্বসমূহ

NIOS| Psychology (328) Notes/Answer|Chapter-18 ব্যক্তিত্বৰ তত্ত্বসমূহ

18.1. পাঠ্য অন্তর্গত প্রশ্নাৱলীৰ উত্তৰ ঃ 

উপযুক্ত শব্দেৰে খালী ঠাই পূৰণ কৰা ঃ

১। ফ্রয়েডে মনক……,   -ৰ সৈতে সংযোজিত কৰিছিল। 

উত্তৰ: বৰফৰ টুকুৰা 

২। মনোবিশ্লিষণৰ তত্ত্বত ব্যক্তিত্বৰ তিনিটা স্তৰ আছে, সেইবোৰ…. আৰু …….।

উত্তৰ : ইড, ইগ’, চুপাৰইগ

 ৩। শিশুৱে তেওঁলোকৰ যৌন প্ৰৱনতা দমন কৰে, ………..স্তৰত। 

উত্তৰ: সুপ্ত অৱস্থা (latency) 

18.2. পাঠ্য অন্তর্গত প্রশ্নাবলীৰ উত্তৰ ঃ 

‘ক’শাখাত দিয়া নামৰ সৈতে ‘খ’ শাখাত থকা ধাৰণা মিলোৱা। 

শাখা ক শাখা খ 
(ক) ফ্ৰয়েড 
(খ ) য়ুং(গ) আইচেংক 
(ঘ) বানডুৰা
(ঙ) মাচলো
(i) অন্তর্মুখী-স্থিৰ
(ii) প্ৰয়োজনৰ শ্ৰেণীক্রম (Need hierarchy) 
(iii) উন্নতিকৰণ (sublimation) 
(iv) সামগ্রিক অচেতনতা
(v) আত্ম-কার্যকাৰিতা (self-efficacy) ।

উত্তৰ: 

শাখা ক শাখা খ 
(ক) ফ্ৰয়েড 
(খ ) য়ুং
(গ) আইচেংক 
(ঘ) বানডুৰা
(ঙ) মাচলো
(iii) উন্নতিকৰণ (sublimation)
(iv) সামগ্রিক অচেতনতা
(i) অন্তর্মুখী-স্থিৰ
(v) আত্ম-কার্যকাৰিতা (self-efficacy) 
(ii) প্রয়োজনৰ শ্ৰেণীক্রম (Need hierarchy) 

18.3. পাঠ্য অন্তর্গত প্রশ্নাৱলীৰ উত্তৰ ঃ তলত দিয়া উক্তিসমূহ ভুল নে শুদ্ধঃ 

(i) প্রক্ষেপীয় (Projective) পৰীক্ষাই নিৰানন্দমূলক ঘটনাৰ বাতৰিৰ জ্ঞান ল’বলৈ অক্ষম। সঁচা/মিছা 

উত্তৰ: মিছা 

(ii) উন্নীতকৰণ (sublimation) হৈছে যৌন আকাঙ্ক্ষাৰ প্ৰকৃত পথত প্রবাহিত কৰণ (caralization) উৎপাদনমুখী, অযৌন ক্রিয়া। সঁচা/মিছা 

উত্তৰ: সঁচা

 (iii) কেটলে 16 বিধ ব্যক্তিত্বৰ চৰিত্ৰ আগবঢ়াইছে। সঁচা/মিছা

 উত্তৰঃ সঁচা 

(iv) ৰ’গাৰে আত্ম-কাৰ্যকাৰীতাৰ (self-effiacy) ধাৰণৰ বিকাশ সাধন কৰিছিল। সঁচা/মিছা 

উত্তৰঃ মিছা 

(v) মানবীয় দৃষ্টিভংগীক মনোবিজ্ঞানত তৃতীয় শক্তি বুলি অভিহিত কৰা হয়। সঁচা/মিছা 

উত্তৰ : সঁচা ।

পাঠ্য সমাপ্তিৰ অনুশীলনীৰ উত্তৰ

 1. ব্যক্তিত্বৰ ধাৰণা ব্যাখ্যা কৰা। 

উত্তৰ : ব্যক্তিত্বৰ সংজ্ঞা বিভিন্ন অর্থত ব্যৱহাৰ কৰা হয় ব্যক্তিৰ স্পষ্ট (apparent) বৈশিষ্ট্যক (fenture) সামৰি। মনোবিজ্ঞানীসকলে চিন্তা, অনুভব আৰু আচৰণৰ চাৰিত্ৰিক ধৰণ (pattern) উল্লেখ কৰা। চাৰিত্ৰিক ধৰণৰ অৰ্থ হৈছে আমাৰ ধাৰণা, অনুভৱ আৰু ক্ৰিয়া গঠনৰ স্থিৰতা (consisent) আৰু বৈশিষ্ট্যপূর্ণ (disinctive) পথ। যেতিয়া আমি ব্যক্তিত্বৰ কথা কওঁ আমি সাধাৰণতে সামগ্রিক অথবা মানুহজনৰ সম্পূৰ্ণভাৱক বুজাও। সেয়ে স্থায়ী (enduring) ধাৰণা যিবোৰ ব্যক্তিয়ে বিভিন্ন পৰিস্থিতিত প্ৰকাশ কৰে সেইবোৰ ব্যক্তিত্বৰ উৎকৃষ্টতাৰ চিহ্ন (hall mark) বুলিব পৰা যায়। গুৰুত্বপূৰ্ভাৱ ব্যক্তিত্বৰ তত্ত্ব ব্যক্তিত্বৰ সাহিত্যিক সংজ্ঞাতকৈ বহু বহির্ভূত যিটোৱে প্ৰাচীন গ্ৰীচৰ নায়কে ব্যৱহাৰ কৰা বৃহৎ মুখাক বুজোৱা হয়। ব্যক্তিত্বৰ তত্ত্বই ইয়াৰ বিপৰীতে ব্যক্তিত্বক ব্যক্তিত্বৰ অস্তিত্ব হিচাপে গণ্য কৰে। ই হ’ল ব্যক্তিৰ আভ্যন্তৰীণ প্রকৃত প্রকৃতি। এগৰাকী ব্যক্তিৰ আনৰ ওপৰত একক চাপ ব্যক্তিত্বৰ বোধগম্যতাৰ বাবে সমানেই গুরুত্বপূর্ণ। ব্যক্তিত্বৰ ধাৰণা মনোবিজ্ঞানীসকলে বিভিন্ন ধৰণেৰে ব্যাখ্যা কৰিছে যদিও এইটো এটা তত্পলক দৃষ্টিভংগী বা স্থিতি যিয়ে আমাৰ মনোযোগ ব্যক্তিত্বৰ বিশেষ দিশৰ প্ৰতি নিৰ্দেশ কৰে। 

ব্যক্তিত্বৰ বোধগম্যতাই প্রমাণ কৰে যে ই এক জটিল আৰ প্ৰত্যাহ্বানৰ ক্ৰিয়া। ই সমানেই জটিল যে কোনো একক তত্ত্বই সামগ্রিক ব্যক্তিত্বক আবৃত কৰিব নোৱাৰে। বিভিন্ন তত্ত্বই গঠনৰ অভিগমন নিৰূপণ কৰে আৰু ব্যক্তিত্বৰ ক্ৰিয়াৰ বিভিন্ন দিশ আঙুলিয়াই দিয়ে। ব্যক্তিত্বৰ বহুতো তত্ত্ব আছে, প্রত্যেকেই ব্যক্তিত্বৰ ক্ৰিয়াৰ নানা বিষয়ৰ বিভিন্ন উত্তৰ দিয়ে। বিশেষভাৱে, সেইবোৰ অচেতন উপাদানত চেতনতাৰ ভমিকাৰ নিমিত্তবাদৰ (determinism) স্বাধীনতাৰ বিষয়ে ব্যাখ্যা কৰে। প্ৰাক্ অভিজ্ঞতাৰ ভুমিকা, জৈৱিক উপাদানৰ ভূমিকা, এককত্ব/বিশ্বজনীন ইত্যাদি কথাবোৰ এনে ব্যাখ্যাৰ অন্তৰ্ভুক্ত। চাৰিটা মুখ্য ব্যক্তিত্বৰ তত্ত্বৰ দৃষ্টিভংগীকেইটা হ’ল— মনোবিশ্লেষণ, সংলক্ষণ (trait), মানবীয় আৰু সামাজিক বৌদ্ধিক যথার্থ দৃষ্টি। 

2. ব্যক্তিত্বক বোধগম্য কৰিব পৰা চাৰিটা মুখ্য দৃষ্টিভংগী উল্লেখ কৰা। 

উত্তৰ ঃ (ক) সংলক্ষণৰ দৃষ্টিভংগী (The Trait Perspeive) : 

ক্ষণ হৈছে আচৰণৰ বৈশিষ্ট্য আৰু সচেতন অভিপ্রায়। এইবোৰে তুলনামূলকভাবে স্থিৰ আৰু স্থায়ী পুনৰ সমর্পনক কোনো এক আচৰণ কৰিবলৈ প্ৰতিনিধিত্ব করে। মানুহক ব্যাখ্যা কৰিবলৈ সংলক্ষণক প্ৰায়ে ব্যৱহাৰ কৰা হয়। সংলক্ষণৰ অভিগমনৰ কেন্দ্ৰীকৰণ অতি সাধাৰণ আৰু ই মানুহৰ চৰিত্ৰেৰে গণনাৰ তালিকা সামৰি লয়। ব্যক্তিত্বৰ সংলক্ষণৰ তত্ত্বই ব্যক্তিত্বৰ প্ৰভেদ চিনাক্ত, ব্যাখ্যা আৰু পৰিমাপ করে। স্পষ্ট সংলক্ষণসমূহক উপৰিভাগৰ চৰিত্ৰ বুলি কোৱা হয়। (যেনে, আনন্দ, সৌদৰ্যপূৰ্ণ)। ইয়াৰ বিপৰীতে কিছুমান উৎস চৰিত্ৰ আছে। রেমণ্ড কেট্‌লে এটা চৰিত্ৰৰ তত্ত্বৰ বিকাশ কৰিছিলে য’ত 26 টা উৎস চৰিত্ৰ আছে। তেখেতে সেইবোৰক ব্যক্তিত্বৰ উপাদান আখ্যা দিছে। তাৰে কিছুমান : অন্তর্মুখী, বর্হিমুখী, গহীন, আনন্দ যোৱা-ভাগ্যবান, ব্যৱহাৰিক কাল্পনিক আৰু সুস্থিৰ অস্থিৰ প্ৰকৃতিৰ। 

আইচেংকে (Eysenk) এটা তত্ত্ব উত্থাপন কৰিছিল যিটোৱে ব্যক্তিক চাৰিটা ভাগত ভাগ কৰিছে ঃ অন্তর্মুখী-স্নায়ৱিক, অন্তর্মুখী-স্থিৰ, বৰ্হিমুখী স্নায়বিক আৰু বৰ্হিমুখী-স্থিৰ। পৰৱৰ্তী ক্রিয়াত আইচেংকে মনো (psyhotism) ব্যক্তিত্বৰ আন এক দিশৰূপে উত্থাপন কৰিছিল। 

বর্তমান কালত মেকক্ৰেই (McCrae) আৰু কচটাই (Costa) চাৰিটা উপাদানৰ আৰ্হি, স্নায়বিক, বৰ্হিমুখীতা, অভিজ্ঞতাৰ উন্মুক্ততা, সম্মতিসূচক আৰু বিবেক বুদ্ধিসম্পন্নৰ কথা উল্লেখ কৰিছে। চৰিত্ববোৰ আচৰণ ব্যাখ্যাৰ বাবে আৰু ভৱিষ্যতবাণীৰ বাবে ব্যৱহাৰ কৰা হয়। মানুহৰ আচৰণ চৰিত্ৰ আৰু পৰিস্থিতিৰ পাৰস্পৰিক ক্ৰিয়াৰ ফল। সেয়ে, পৰিস্থিতিৰ নিৰ্বাচন আৰু পৰিস্থিতিৰ সঁহাৰিত স্থিৰতাই সংলক্ষণৰ মূল্যক সূচায় 

এইটো কোৱা হয় যে সংলক্ষৰ তত্ত্বই ব্যক্তিৰ ব্যক্তিত্বক কেতিয়াও ব্যাখ্যা নকৰে। সেইবোৰে ব্যক্তিত্বৰ প্ৰভেদসম্পর্কে অতি কমকৈ জনায় আৰু সক্রিয় শুক্রিয়াক অবহেলা কৰে। 

(খ) সামাজিক বোধশক্তি সম্বন্ধীয় দৃষ্টিভঙ্গী (The Social Cognitive Perspeive) 

এই দৃষ্টিভংগীৰ বিকাশ সাধন কৰিছিল এলাবাৰ্ট বানডুবাই (Albert Bandora)। এনে দৃষ্টিভংগীয়ে আচৰণক ব্যক্তি আাকসানার্জিক থ্রিি মাজত হোৱা পাৰস্পৰিক ক্ৰিয়াৰ দ্বাৰা প্রভাবিত হয় বুলি মত প্রকাশ কৰে | আমার চিন্তা আৰু ক্ৰিয়া সামাজিক পৃথিবীত সৃষ্টি হয় কিন্তু এইটো কথা উল্লেখ কৰা ভাল হ’ব যে মানুহৰ আত্ম-নিয়গুণ আৰু সক্ৰিয় বৌদিক প্ৰক্ৰিয়াত নিয়োজনৰ ক্ষমতা আছে। সেইবোৰৰ মাজৰ সম্পৰ্ক তলৰ চিত্ৰ দেখুওৱা হ’ল, 

বানডুৰাই আত্মকার্যকাৰিতাৰ (self efficacy) ধাৰণাৰ বিকাশ কৰিছিল বিয়ে ব্যক্তিৰ বৌদ্ধিক ক্ষমতা, দক্ষতা (skill), মনোভাৱ আদিবে (attitude)নিজৰ আত্মব্যবস্থাক প্রতিনিধিত্ব করে। আত্মকার্যকারিতাই (self-efficacy) কমান ডিগ্ৰীলৈ কোনো এজনৰ ক্ষমতা বিশ্বাসযোগ্য হয় তাকে সুচায় আৰু বিশেষ পৰিস্থিতিৰ দাবী পূৰ্ণ হোৱাৰ পাছৰ সাৰ্থকতাক সূচায়। এই তত্ত্ব প্রয়োগশালাত হোৱা গৱেষণাৰ ওপৰত প্রতিষ্ঠিত। এই তত্ত্বই অচেতন উপাদানক অবহেলা কৰিছে বিবোৰৰ প্ৰভাৱ আচৰণত আছে। এই তত্ত্বই জীৱনৰ যুক্তিকৰ দিশতো গুরুত্ব দিচ্ছে আনহাতে আবেগিত দিশক অৱহেলা কৰিছে। বৌদ্ধিক সামাজিক তত্ত্বই চিন্তাৰ ভূমিকা আৰু ব্যক্তিত্বত স্মৃতিক পোহৰলৈ আনিছে। আমি প্রায় দেখিবলৈ পাওঁ যে প্রত্যাশা আৰু দক্ষতা, বিবোৰ ব্যক্তিয়ে শিকে সেইবোৰৰ ব্যক্তিৰ আচৰণ নিৰ্ধাৰণত যথেষ্ট গুৰুত্ব আছে। 

(গ) মানবীয় দৃষ্টিভংগী (The Humanisic Perspeive) 

এই তত্ত্ববোধে উত্থাপন কৰে যে প্ৰত্যেক ব্যক্তিয়ে একোগৰাকী সৃষ্টিশীল শক্তি, যাক প্ৰায়েকোৱা হয় ‘আত্মা’ (self) হিচাপে। এই শক্তিরে প্রকাশ বিচাৰে। ইয়াৰ বিকাশ আৰু বৃদ্ধি হয়। তাই দৃষ্টিভংগীতো, তৃতীয় শক্তিৰূপেৰেও জনা যায়, ব্যক্তিৰ ক্ষমতা আৰু সংলগণক গুরুত্ব দিনো যেনে, আরা সगा আৰু যুক্ত। ই ব্যক্তিক জন্মগতভাবে ভাল হিচাপে গ্রহণ করে। আমসতেন আৰু বিষয়কে দৃষ্টিভংগীৰ ওপৰত অধিক গুৰুত্ব আৰোপ কৰে। কাৰ্ল ৰ’’গাঢ় আৰু আৱাহন মাচলো (Abraham Masloue) মানবীয় গীৰ মূল উপদেষ্টা। 

আব্ৰাহম মাচলোৱে আৰু বাস্তবত পৰিণতকৃত ব্যক্তিৰ ভাৱক উপাদন কৰিছিল। তেখেতে মত প্ৰকাশ কৰিছিল যে নানীয় অভিধায়সমূহ প্রয়োজন শ্রেণীক্ৰমত সজোৱা হয়। তলৰ চিত্ৰত দেখুৱাৰ দৰে মানুহৰ প্ৰয়োজনন শাৰিৰীক প্ৰয়োজনৰ পৰা আত্ম উৎকর্ষলৈ গঠন কৰা হয়। 

মাচলোৱে উল্লেখ কৰিছে যে আত্ম বাস্তৱত পৰিণতকৃত ব্যক্তিসকলৰ বাস্তববাদী সংবোধন আছে, স্বয়ংক্রিয়, সহজেই গ্রহণযোগ্য আত্ম আৰু আনবোৰ, সৃষ্টিশীল আৰু জীৱনৰ ইতিবাচক দিশতো প্রশংসা আৰু উপভোগ কৰে, গোপনীয়তা আৰু স্বাধীনতা ভাল পায়। 

কার্লব’ গাৰ্চে ভাবে যে ব্যক্তিৰ প্রাথমিক মানবীয় অভিপ্রায় হৈছে সঠিকৰণৰ প্রৱণতা। ই হ’ল মানৱীয় জীৱক স্বস্তালি আৰু উন্নত এক সহজাত তাড়ণা কৰি থকাৰ বাবে। ৰ’গাৰ্চে লক্ষ্য কৰিছিল যে মানুহে নিজৰ আত্ম ধাৰণা অনুযায়ী ক্ৰিয়াত অভিৰোচিত হয়। তেওঁলোকে সেই অভিজ্ঞতাক অস্বীকাৰ অথবা বিকৃত কৰে, যিবোৰ তেওঁলোকৰ আত্মধাৰণাৰ পৰিপন্থী। বিকাশৰ সুস্থ পৰিস্থিতি হ’ল চর্তহীন ইতিবাচক শ্রদ্ধা। তেখেতৰ ধাৰণা আছিল এগৰাকী পূর্ণ সক্রিয় ব্যক্তিৰ আত্ম-ধাৰণা নমনীয় (flexible) আৰু উদ্ভব হয়। ই মানুহৰ আশাপূর্ণ দৃষ্টিভংগী দাঙি ধৰে। আত্ম উৎকর্ষ আত্ম সঠিককরণ সন্মানৰ প্রয়োজন অংশস্বৰূপ হৈ উঠা (Belongingness) আৰু মৰমৰ প্ৰয়োজন 

3. সুৰক্ষাৰ প্রয়োজন শাৰীৰিক প্রয়োজন সচেতন আৰু প্ৰাক্‌-সচেতন মনৰ মাজত পার্থক্য কি?

উত্তৰঃ সচেতন বা চেতন স্তবঃ চিন্তা, অনুভৱ আৰু সংবেদন যিবোৰৰ প্রতি কোনো এজনৰ সেই মুহূৰ্তৰ সজাগতা। পূৰ্বচেতন স্তৰ ঃ ই সেইবোৰ বাতৰি ধৰি ৰাখে যিবোৰ সম্পৰ্কে কোনো এজন বর্তমান সময়ত সজাগ নহয়, যদিও সেইবোৰ সহজেই সচেতন মনৰ ভিতৰলৈ সোমাব পাৰে।

অধ্যায়:খণ্ড ১LINK
মড্যুল :১
অধ্যায়: ১মনোবিজ্ঞান : আত্ম আৰু আনসকলৰ মননClick Here
অধ্যায়: ২মনোবিজ্ঞানীসকলে কিদৰে অধ্যয়ন কৰে?Click Here
অধ্যায়: ৩মন আৰু আচৰণৰ জৈৱিক আৰু সাংস্কৃতিক আকৃতিকৰণClick Here
অধ্যায়: 8আমাৰ চৌপাশৰ পৃথিবীৰ প্ৰতি সজাগতাClick Here
অধ্যায়: ৫মনোযোগ আৰু সংবোধনClick Here
অধ্যায়: ৬শিক্ষণ প্ৰক্ৰিয়া আৰু কৌশল আয়ত্বকৰণClick Here
অধ্যায়: ৭স্মৃতি আৰু বিস্মৃতিClick Here
অধ্যায়: ৮সত্যতাৰ ঊৰ্ধ্বলৈ যাত্ৰা : চিন্তা আৰু যুক্তিClick Here
অধ্যায়: ৯অভিৰোচনClick Here
অধ্যায়: ১০আৱেকClick Here
অধ্যায়: ১১বিকাশ : ইয়াৰ প্ৰকৃতিClick Here
অধ্যায়: ১২বিকাশৰ প্ৰভাৱ ক্ষেত্রসমূহClick Here
অধ্যায়: ১৩কৈশোৰClick Here
অধ্যায়: ১8প্রাপ্তবয়স্ককাল আৰু বাৰ্ধক্য কালClick Here
অধ্যায়: ১৫বৈষম্যসমূহৰ মনন বুদ্ধিৰ সংঘটনClick Here
অধ্যায়: ১৬আত্ম বা স্বয়ং কি ?Click Here
অধ্যায়: ১৭আত্ম বা স্বয়ং আৰু মনোবৈজ্ঞানিক প্রক্রিয়াসমূহClick Here
অধ্যায়: ১৮ব্যক্তিত্বৰ তত্ত্বসমূহClick Here
অধ্যায়: ১৯ব্যক্তিত্বৰ মূল্যাঙ্কনClick Here
অধ্যায়: ২০মনোবৈজ্ঞানিক বিসংগতিClick Here
অধ্যায়: ২১দলীয় প্রক্রিয়াসমূহClick Here
অধ্যায়: ২২ব্যক্তি বোধ আৰু আন্তঃব্যক্তিক আকর্ষণClick Here
অধ্যায়: ২৩মানুহ-পৰিবেশ পাৰস্পৰিক ক্রিয়াClick Here
অধ্যায়: ২8মনোচিকিৎসাClick Here
অধ্যায়: ২৫স্বাস্থ্য মনোবিজ্ঞানClick Here
অধ্যায়: ২৬শিক্ষা আৰু কৰ্মClick Here
অধ্যায়: ২৭কৰ্মজীৱনৰ উন্নতিClick Here
অধ্যায়: ২৮বৃত্তিগত পছন্দ আৰু বৃত্তিগত সমাযোজনClick Here
অধ্যায়: ২৯চাপ আৰু তোমাৰ স্বাস্থ্যClick Here
অধ্যায়: ৩০চাপ পৰিচালনা আৰু কল্যাণClick Here
অধ্যায়: ২৬আগতীয়া বাল্যকালৰ বিকাশৰ ধাৰাClick Here
অধ্যায়: ২৭ক্রীড়া কেন্দ্র ঃ উদ্দেশ্যClick Here
অধ্যায়: ২৮ক্রীড়া কেন্দ্র : সাংগঠনিক সবিশেষClick Here
অধ্যায়: ২৯কাৰ্যসূচীসমূহৰ পৰিকল্পনা আৰু পৰিচালনাClick Here
অধ্যায়: ৩০ক্রীড়া কেন্দ্ৰত অভিভাৱক আৰু সম্প্ৰদায়ৰ অংশ গ্রহণClick Here



This Post Has 6 Comments

Leave a Reply