NIOS| Psychology (328) Notes/Answer|Chapter-27 ক্রীড়া কেন্দ্র ঃ উদ্দেশ্য

NIOS| Psychology (328) Notes/Answer|Chapter-27 ক্রীড়া কেন্দ্র ঃ উদ্দেশ্য| (SOS) ছাত্ৰ-ছাত্ৰীৰ বাবে উপযোগীকে ৰাষ্ট্ৰীয় মুক্ত বিশ্ববিদ্যালয় শিক্ষা সংস্থাই প্ৰস্তুত কৰি উলিওৱা পাঠ্যক্রমকে অসম ৰাজ্যিক মুক্ত বিদ্যালয়ৰ পাঠ্যক্রম হিচাপে গ্রহণ কৰা হৈছে। NIOS| Psychology (328) Notes/Answer|Chapter-27 ক্রীড়া কেন্দ্র ঃ উদ্দেশ্য

NIOS| Psychology (328) Notes/Answer|Chapter-27 ক্রীড়া কেন্দ্র ঃ উদ্দেশ্য

(27.1. পাঠ্য অন্তর্গত প্রশ্নাৱলীৰ উত্তৰ 🙂 

তলত দিয়াবোৰ শুদ্ধ নে অশুদ্ধ কোৱা :

 (ক) ক্রীড়া কো হৈছে বিনোদন সংঘ (Sports Club) শুদ্ধ / অশুদ্ধ 

উত্তৰ: অশুদ্ধ

(খ)ক্রীড়া কেন্দ্রসমূহ হৈছে কঠোৰ ধৰা বন্ধা নিয়মৰ সংগঠন আৰু ইয়াত কঢ়া অনুশাসন থাকে। শুদ্ধ/অশুদ্ধ 

উত্তৰঃ অশুদ্ধ

(গ) শিশুসকলে তেতিয়াহে শিকে যেতিয়া ডাঙৰসকলে শিকায়। শুদ্ধ/অশুদ্ধ 

উত্তৰ: অশুদ্ধ 

(ঘ) ক্রীড়া কেন্দ্ৰ হৈছে শিশু-কেন্দ্রীক, শিক্ষক-কেন্দ্রীক নহয়। শুদ্ধ/অশুদ্ধ 

উত্তৰঃ শুদ্ধ

(ঙ) ক্রীড়া কেন্দ্ৰ এটাত শিশুসকলক সিহঁতৰ নিজস্ব গতি অনুসৰি শিকিব দিয়া হয়। শুদ্ধ/অশু 

উত্তৰ: শুদ্ধ

 (27.2. পাঠ্য অন্তর্গত প্রশ্নাৱলীৰ উত্তৰ: 

1. শুদ্ধ নে অশুদ্ধ কোৱা :

 (ক) ক্ৰীড়া কেন্দ্ৰ এটাৰ উদ্দেশ্যসমূহ হৈছে ইয়াৰ সুপৰিচালনাৰ বাবে পূর্বাশ্যকীয় (Prerequisites) শুদ্ধ / অশুদ্ধ 

উত্তৰ: শুদ্ধ 

(খ) এটা ক্ৰীড়া কেন্দ্ৰত সকলো শিশুৱে দলীয় খেলহে খেলে। শুদ্ধ/অশুদ্ধ 

উত্তৰঃ অশুদ্ধ 

(গ) শিশুৰ সঞ্চালন ক্ষমতাৰ বিকাশৰ বাবে এটা নিৰাপদ আৰু সুবিধাজনক পৰিৱেশৰ অতি প্রয়োজন। শুদ্ধ/অশুদ্ধ

 উত্তৰ : শুদ্ধ 

(ঘ) ক্রীড়া কেন্দ্ৰত শিশুসকলক পঢ়া লিখা আৰু গণনা কৰাৰ লগত পৰিচিত কৰোৱা হয়। শুদ্ধ/অশুদ্ধ 

উত্তৰঃ তাশুদ্ধ 

(ঙ) ক্রীড়া কেন্দ্ৰ এটাই শিশুৰ সৰ্বাত্মক বিকাশৰ ওপৰত প্ৰাধান্য দিয়ে। শুদ্ধ/ অশুদ্ধ 

উত্তৰ: শুদ্ধ 

2. শুদ্ধ উত্তৰটো বাছি উলিওৱা ঃ

 (ক) কর্তৃত্বমূলক অনুশাসন হৈছে— ………

1. সম্পূর্ণ বাধ্যবাধকতা দাবী, (কৰে) 

2. সম্পূর্ণ স্বাধীনতা প্রদান,

 3. কম বাধ্যবাধকতা আদায় আৰু কম স্বাধীনতা প্রদান প্রদান 

4. অধিক বাধ্যবাধকতা আদায় আৰু কম স্বাধীনতা 

উত্তৰঃ 1. সম্পূর্ণ বাধ্যবাধকতা দাবী, (কৰে)

(খ) অনুমতিসূচক অনুশাসন হৈছে 

1. সম্পূর্ণ বাধ্যবাধকতা দাবী 

2. সম্পূর্ণ স্বাধীনতা প্রদান, 

3. কম বাধ্যবাধকতা আৰু অধিক স্বাধীনতা প্রদান

4. অধিক বাধ্যবাধকতা আৰু কম স্বাধীনতা প্রদান 

উত্তৰঃ 2. সম্পূৰ্ণ স্বাধীনতা প্রদান

(গ) গণতান্ত্রিক অনুশাসন হৈছে 

1. সম্পূর্ণ বাধ্যবাধকতা দাবী

2. সম্পূর্ণ স্বাধীনতা প্রদান,

3. কম বাধ্যবাধকতা আৰু কম স্বাধীনতা প্রদান 

4. বেছি বাধ্যবাধকতা আৰু কম স্বাধীনতা প্রদান 

উত্তৰ ঃ 3. কম বাধ্যবাধকতা আৰু কম স্বাধীনতা প্রদান 

(ঘ) এটা ভাল ক্ৰীড়া কেন্দ্ৰই এনেকুৱা অনুশাসন মানি চলিব লাগে যিটো হয়—

1. কর্তৃত্বমূলক 

2. অনুমতিসূচক

3. গণতান্ত্রিক 

4. আটাইকেইটাৰ অলপ অলপ।

উত্তৰ: 3. গণতান্ত্রিক  

(ঙ) শিশুবিলাকৰ মিছা কথা কোৱাৰ অভ্যাস গঢ় লৈ উঠে—

1. কর্তৃত্বশীল অনুশাসনত 

2. অনুমতিসূচক অনুশাসনত 

3. গণতান্ত্রিক অনুশাসনত 

4. ওপৰৰ এটাও নহয়। 

উত্তৰঃ 1. কৰ্তৃত্বশীল অনুশাসনত 

(চ) শিশুসকলে নিজ কামত আগভাগ ল’বলৈ শিকে— 

1. কৰ্তৃত্বশীল অনুশাসনত 

2. অনুমতিসূচক অনুশাসনত 

3. গণতান্ত্রিক অনুশাসনত 

4. ওপৰৰ এটাও নহয়। 

উত্তৰ : 2. অনুমতিসূচক অনুশাসনত 

(ছ) শিশুৰ মনত আত্মবিশ্বাস গঢ়ি উঠে যেতিয়া সিহঁত ডাঙৰ-দীঘল হয় ………..

1. কর্তৃত্বশীল অনুশাসনত 

2. অনুমতিসূচক অনুশাসনত 

3. গণতান্ত্রিক অনুশাসনত

4. ওপৰৰ এটাও নহয়। 

উত্তৰ : 2. অনুমতিসূচক অনুশাসনত 

27.3. পাঠ্য অন্তর্গত প্রশ্নাৱলীৰ উত্তৰ ঃ

 1. খালী ঠাই পূৰণ কৰা ঃ 

(ক)………- অনুশাসনত শিশুক কোনো ধৰণৰ নিৰ্দেশনা দিয়া নহয়। 

উত্তৰ ঃ অনুমতিসূচক – 

(খ)……..অনুশাসন শিশুৰ বাবে বিশেষ উপযোগী, কিয়নো ইয়ে শিশুৰ মুক্ত প্ৰকাশৰ সুবিধা দিয়ে। 

উত্তৰ : গণতান্ত্রিক।

 (গ)…….. . অনুশাসনত পিতৃ-মাতৃয়ে যুক্তিতকৈ কৰ্তৃত্বৰেহে শাসন কৰে। 

 উত্তৰঃ কৰ্তৃত্বশীল 

(ঘ) চুৰ কৰা আচৰণ দেখা দিয়া শিশুক ……..বা …………..নহয়। 

উত্তৰঃ শাস্তি, অপদষ্ট 

(ঙ) অশান্তিদায়ক ঘৰুৱা পৰিৱেশ……… –ৰ কাৰণ হ’ব পাৰে।

উত্তৰ: আচৰণৰ সমস্যাসমূহ 

2. শুদ্ধ উত্তৰটো বাছি উলিওৱা : 

(ক) শিশুৰ ক্ষেত্ৰত অগ্রহণযোগ্য আচৰণ গঢ় লৈ উঠে যদিহে পৰিৱেশ – হয়—

 1. বাধাদায়ক 

2. মুক্ত 

3. বাধাদায়ক আৰু মুক্ত

4. ওপৰৰ এটাও নহয়।

 উত্তৰ:1. বাধাদায়ক

 (খ) শিশুৰ ক্ষেত্ৰত শাস্তি আৰু ঠাট্টা ব্যৱহাৰ কৰা হয়— 

1. কর্তৃত্বশীল অনুশাসনত 

2. গণতান্ত্রিক অনুশাসনত

3. অনুমতিসূচক অনুশাসনত 

4. ওপৰোক্ত আটাইকেইটা

উত্তৰঃ 1. কৰ্তৃত্বশীল অনুশাসনত 

(গ) শিশু এটাই নিজৰ বুঢ়া আঙুলি চুপাৰ কাৰণ ……..

1. আমনি পালে (বিৰক্তি)

2. নিৰাপত্তাহীনতা অনুভৱ কৰিলে 

3. ভয় খালে

4. মনোযোগ আদায়ৰ বাবে

 উত্তৰ: 1. আমনি পালে (বিৰক্তি)

(ঘ) শিশুৱে বিছনাত প্ৰস্ৰাৱ কৰাৰ কাৰণ

1. আমনি লগা (বিৰক্তি) 

2. নিৰাপত্তাহীনতা 

3. ভয় 

4. মনোযোগ আদায়ৰ বাবে 

উত্তৰ : 2. নিৰাপত্তাহীনতা 

(ঙ) শিশুৱে মিছা কথা কোৱাৰ কাৰণ—

1. বিৰক্তি

2. নিৰাপত্তাহীনতা 

3. ভয় 

4. মনোযোগ আদায় 

উত্তৰ : 4. মনোযোগ আদায় 

(চ) শিশু এটাই বস্তু ধ্বংস (ভঙা-চিঙা) কৰাৰ কাৰণ –

1. বিৰক্তি

2. নিৰাপত্তাহীনতা 

3. ভয় 

4. মনোযোগ আদায় 

উত্তৰ : 3. ভয়

(ছ) শিশু এটাৰ চুৰি কাৰ্যৰ অন্তৰালত থাকে— 

1. বিৰক্তি

2. নিৰাপত্তাহীনতা 

3. ভয় 

4. ঈর্যা

উত্তৰঃ4. ঈর্যা 

(জ) শিশু এটাই প্রায়ে খাবলৈ অনিচ্ছা প্রকাশ কৰে, কাৰণ – 

1. বিৰক্তি 

2. নিৰাপত্তাহীনতা

3. ঈর্যা 

4. অসুস্থতা। 

উত্তৰ: 4. অসুস্থতা। 

পাঠ্য সমাপ্তিৰ অনুশীলনীৰ উত্তৰ 

1. ক্রীড়া কেন্দ্ৰৰ উদ্দেশ্যই কিদৰে ইয়াৰ বৈশিষ্ট্য আৰু কাৰ্যাৱলীক নিৰ্ধাৰণ কৰে? 

উত্তৰ: ২ ৰ পৰা ৫ বছৰৰ শিশুৰ শিক্ষণ প্ৰক্ৰিয়াৰ কিছুমান বিশেষ বৈশিষ্ট্য আছে যাৰ বাবে ক্রীড়া কেন্দ্ৰ এটাৰ বিশেষ গুরুত্ব পৰিলক্ষিত হয়। এই বৈশিষ্ট্যসমূহ হৈছে—

 (ক) শিশুসকলে খেলৰ জড়িয়তে স্বাভাৱিকভাৱে শিকে,

(খ) শিশুসকলৰ মনোযোগৰ সৰ্বোত্তম লাভ হয়, 

(গ) শিশুসকলৰ মনোযোগৰ পৰিসৰ সীমিত (৭ ৰ পৰা ১৫ মিনিট)

(ঘ) শিশুৰ তিনি বছৰ বয়সত মগজুৰ ভৰ প্ৰাপ্ত বয়স্কৰ ৮০ শতাংশ হয়, যিয়ে সর্বোচ্চ শিকণত সহায় কৰে। সেইবাবে সিহঁতৰ বাবে এক আনন্দ উদ্দীপনাময় পৰিৱেশৰ প্ৰয়োজন হয়। 

(ঙ) শিশুসকলে অসমনীয়া ইজন-সিজনৰ পৰা, বয়স্কসকলৰ পৰা আৰু পাৰিবাৰিক অৱস্থাৰ পৰা বহু কথা অনায়াসে শিকিব পাৰে। 

 2. এটা ক্রীড়া কেন্দ্ৰত তুমি কিদৰে গণতান্ত্রিক অনুশাসন প্রণালী কৰিবা সেই বিষয়ে এটা দফা লিখা। 

উত্তৰ : দুই প্ৰকাৰৰ অনুশাসন মধ্যৱৰ্তী হৈছে গণতান্ত্রিক অনুশাসন। তলত গণতান্ত্রিক অনুশাসনৰ বৈশিষ্ট্যসমূহ উল্লেখ কৰা হ’ল:

(ক) নিয়মসমূহ বলবৎ কৰাৰ আগতে বুজাই দিয়া হয়

(খ) শিশুসকলে নিয়ম সম্বন্ধে প্রশ্ন উত্থাপন কৰিব পাৰে আপু প্রয়োজন হ’লে যুটীয়া অনুমতি সাপেক্ষ সংশোধন কৰিব পাৰি, 

(গ) শিশুসকলক নিজৰ ইচ্ছানুসাৰে কাম কৰিবলৈ স্বাধীনতা দিয়া হয় কিন্তু কাৰ্যৰ দ্বাৰা যাতে নিজৰ বা আনৰ কোনো ক্ষতি নহয় তাক সিহঁতে নিশ্চয়তা দিব লাগিব।

3. শিশুৰ সমস্যা জড়িত আচৰণৰ কাৰণসমূহ কি কি? 

উত্তৰ : শিশুৱে সমস্যা জড়িত আচৰণ প্ৰদৰ্শন কৰাৰ অন্তৰালত বিভিন্ন কাৰণ থাকিব পাৰে। ইয়াৰে কিছুমান তলত উল্লেখ কৰা হলঃ 

(ক) শিশুৱে বাস কৰা পৰিবেশ যদি সিহঁতৰ আত্ম-প্রকাশত বাধা দিয়া হয়, তেস্তে সিহঁতে অগ্রহণযোগ্য আচৰণসমূহ আয়ত্ত কৰে। 

(খ) অভিভাৱক আৰু শিক্ষকে যেতিয়া শিশুৰ পৰা অধিক ফলাফল লাভৰ আশা কৰে আৰু শিশুৱে যেতিয়া সেই ধৰণৰ ফলাফল দেখুৱাব নোৱাৰে তেনে ক্ষেত্ৰত সিহঁতে সমস্যা জড়িত আচৰণ কিছুমান প্ৰদৰ্শন কৰে। 

(গ) বহুতো শিশুৱে ভাবি চায় যে সিঁতে বিজৰা দাবীসমূহ পূৰণৰ এটা উপায় হৈছে— অনুপযোগী বা অগ্রহণযোগ্য আচৰণ। উদাহৰণস্বৰূপে, শিশুটোৱে জানে যে মাক-দেউতাকৰ তাৰ প্ৰতি মনোযোগ আকৰ্ষণ কৰাৰ বাবে তাৰ সৰু ভায়েক বা ভনীয়েকক মাৰিলে হ’ল নতুবা কোনো খেলা বস্তু পাবলৈ হ’লে কাৰি লাগে আৰু মজিয়াত বাগৰি পৰিব লাগে। 

(ঘ) গৃহ পৰিবেশ অশান্তিদায়ক হ’লে যেনে— পিতৃ-মাতৃৰ মাজত যদি কাজিয়া-পেচাল, মাৰ-পিট হৈ থাকে নতুবা মাক আৰু আইতাকৰ মাজত যদি মিলা-প্ৰীতিৰ অভাৱ হয় তেন্তে শিশুৱে সমস্যা জড়িত আচৰণ প্রদর্শন কৰে।

4. তোমাৰ মতে কেনেকুৱা ধৰণৰ সমস্যা জড়িত আচৰণ পিতৃ-মাতৃৰ বাবে আটাইতকৈ কঠিন? কাৰণ দর্শোৱা। 

উত্তৰ: (ক) শিশুৱে বাস কৰা পৰিবেশ যদি সিহঁতৰ আত্ম-প্ৰকাশত বাধা দিয়া হয়, তেন্তে সিহঁতে অগ্রহণযোগ্য আচৰণসমূহ আয়ত্ত কৰে। 

(খ) অভিভাৱক আৰু শিক্ষকে যেতিয়া শিশুৰ পৰা অধিক ফলাফল লাভৰ আশা কৰে আৰু শিশুৱে যেতিয়া সেই ধৰণৰ ফলাফল দেখুৱাব নোৱাৰে তেনে ক্ষেত্ৰত সিহঁতে সমস্যা জড়িত আচৰণ কিছুমান প্ৰদৰ্শন কৰে। 

(গ) যতো শিশুরে ভাবি চায় যে সিঁতে বিছৰা দাবীসমূহ পূৰণৰ এটা উপায় হৈছে— অনুপযোগী বা অগ্রহণযোগ্য আচৰণ। উদাহরণ স্বরূপে, শিশুটোৱে জানে যে মাক-দেউতাকৰ তাৰ প্ৰতি মনোযোগ আকৰ্ষণ কৰাৰ বাবে তাৰ সৰু ভায়েক বা ভনীয়েকক মাৰিলে হলৈ নতুবা কোনো খেলা বস্তু পাবলৈ হ’লে কাৰি লাগে আৰু মজিয়াত বাগৰি পৰিব লাগে। 

(ঘ) গৃহ পৰিবেশ অশান্তিদায়ক হ’লে যেনে— পিতৃ-মাতৃৰ মাজত যদি তাজিয়া-পেচাল, মাৰ-পিট হৈ থাকে নতুবা মাক আৰু আইতাকৰ মাজত যদি মিলাপ্ৰীতিৰ অভাৱ হয় তেন্তে শিশুরে সমস্যা জড়িত আচৰণ প্ৰদৰ্শন কৰে।

অধ্যায়:খণ্ড ১LINK
মড্যুল :১
অধ্যায়: ১মনোবিজ্ঞান : আত্ম আৰু আনসকলৰ মননClick Here
অধ্যায়: ২মনোবিজ্ঞানীসকলে কিদৰে অধ্যয়ন কৰে?Click Here
অধ্যায়: ৩মন আৰু আচৰণৰ জৈৱিক আৰু সাংস্কৃতিক আকৃতিকৰণClick Here
অধ্যায়: 8আমাৰ চৌপাশৰ পৃথিবীৰ প্ৰতি সজাগতাClick Here
অধ্যায়: ৫মনোযোগ আৰু সংবোধনClick Here
অধ্যায়: ৬শিক্ষণ প্ৰক্ৰিয়া আৰু কৌশল আয়ত্বকৰণClick Here
অধ্যায়: ৭স্মৃতি আৰু বিস্মৃতিClick Here
অধ্যায়: ৮সত্যতাৰ ঊৰ্ধ্বলৈ যাত্ৰা : চিন্তা আৰু যুক্তিClick Here
অধ্যায়: ৯অভিৰোচনClick Here
অধ্যায়: ১০আৱেকClick Here
অধ্যায়: ১১বিকাশ : ইয়াৰ প্ৰকৃতিClick Here
অধ্যায়: ১২বিকাশৰ প্ৰভাৱ ক্ষেত্রসমূহClick Here
অধ্যায়: ১৩কৈশোৰClick Here
অধ্যায়: ১8প্রাপ্তবয়স্ককাল আৰু বাৰ্ধক্য কালClick Here
অধ্যায়: ১৫বৈষম্যসমূহৰ মনন বুদ্ধিৰ সংঘটনClick Here
অধ্যায়: ১৬আত্ম বা স্বয়ং কি ?Click Here
অধ্যায়: ১৭আত্ম বা স্বয়ং আৰু মনোবৈজ্ঞানিক প্রক্রিয়াসমূহClick Here
অধ্যায়: ১৮ব্যক্তিত্বৰ তত্ত্বসমূহClick Here
অধ্যায়: ১৯ব্যক্তিত্বৰ মূল্যাঙ্কনClick Here
অধ্যায়: ২০মনোবৈজ্ঞানিক বিসংগতিClick Here
অধ্যায়: ২১দলীয় প্রক্রিয়াসমূহClick Here
অধ্যায়: ২২ব্যক্তি বোধ আৰু আন্তঃব্যক্তিক আকর্ষণClick Here
অধ্যায়: ২৩মানুহ-পৰিবেশ পাৰস্পৰিক ক্রিয়াClick Here
অধ্যায়: ২8মনোচিকিৎসাClick Here
অধ্যায়: ২৫স্বাস্থ্য মনোবিজ্ঞানClick Here
অধ্যায়: ২৬শিক্ষা আৰু কৰ্মClick Here
অধ্যায়: ২৭কৰ্মজীৱনৰ উন্নতিClick Here
অধ্যায়: ২৮বৃত্তিগত পছন্দ আৰু বৃত্তিগত সমাযোজনClick Here
অধ্যায়: ২৯চাপ আৰু তোমাৰ স্বাস্থ্যClick Here
অধ্যায়: ৩০চাপ পৰিচালনা আৰু কল্যাণClick Here
অধ্যায়: ২৬আগতীয়া বাল্যকালৰ বিকাশৰ ধাৰাClick Here
অধ্যায়: ২৭ক্রীড়া কেন্দ্র ঃ উদ্দেশ্যClick Here
অধ্যায়: ২৮ক্রীড়া কেন্দ্র : সাংগঠনিক সবিশেষClick Here
অধ্যায়: ২৯কাৰ্যসূচীসমূহৰ পৰিকল্পনা আৰু পৰিচালনাClick Here
অধ্যায়: ৩০ক্রীড়া কেন্দ্ৰত অভিভাৱক আৰু সম্প্ৰদায়ৰ অংশ গ্রহণClick Here



This Post Has 4 Comments

Leave a Reply