NIOS Psychology (328) Notes/Answer Chapter-16 আত্ম বা স্বয়ং কি ?

NIOS Psychology (328) Notes/Answer Chapter-16 আত্ম বা স্বয়ং কি ? (SOS) ছাত্ৰ-ছাত্ৰীৰ বাবে উপযোগীকে ৰাষ্ট্ৰীয় মুক্ত বিশ্ববিদ্যালয় শিক্ষা সংস্থাই প্ৰস্তুত কৰি উলিওৱা পাঠ্যক্রমকে অসম ৰাজ্যিক মুক্ত বিদ্যালয়ৰ পাঠ্যক্রম হিচাপে গ্রহণ কৰা হৈছে। NIOS Psychology (328) Notes/Answer Chapter-16 আত্ম বা স্বয়ং কি ?

NIOS Psychology (328) Notes/Answer Chapter-16 আত্ম বা স্বয়ং কি ?

অধ্যায় ১৬ আত্ম বা স্বয়ং কি ? 

 16.1. পাঠ্য অন্তর্গত প্রশ্নাৱলীৰ উত্তৰঃ 

উপযুক্ত শব্দৰে খালী ঠাই পূৰণ কৰাঃ

1. ব্যক্তিগত সংস্কৃতিত ব্যক্তিয়ে ………অগ্ৰাধিকাৰ (prefer) দিয়ে। 

আনহাতে সামগ্রিক সংস্কৃতিত তেওঁলোকে…….. অগ্রাধিকাৰ (prefer) দিয়ে।

 উত্তৰঃ স্বাধীন, নিৰ্ভৰশীল ।

2………..-এ বস্তুগত স্বয়ং, সামাজিক স্বয়ং আৰু আধ্যাত্মিক স্বয়ঙৰ বিষয়ে কৈছিল। 

উত্তৰঃ উইলিয়াম জেমস্ ।

3. পাঁচ কোষৰ তত্ত্ব অনুসৰি, যিদৰে ভাৰতীয় চিন্তাধাৰাত ব্যাখ্যা কৰা হয়, অম্লমায়া কোষে •………. সামৰে। 

উত্তৰঃ মুঠ শাৰীৰিক অবয়ব।

16.2. পাঠ্য অন্তর্গত প্রশ্নাৱলীৰ উত্তৰ

(1)ক্তম্ভ (Column) (ক) ৰ সৈতে স্তম্ভ (Column) (খ) মিলোৱা। 

স্তম্ভ (ক) স্তম্ভ (খ) 
(ক) আত্মসম্মান (i) আত্ম আচৰণৰ প্ৰকাশ।
(খ) আত্ম কার্যকাৰিতা (ii) আনৰ প্ৰতিক্ৰিয়া আৰু বাহ্যিক পৰিবেশৰ দ্বাৰা আচৰণ নিয়ন্ত্রণ।
(গ) আত্ম উপস্থাপন (iii) আত্ম ধাৰণাৰ  ধাৰণাৰ কাৰ্যৰ উপাদানৰ মূল্য নিরূপণ 
(ঘ) আত্ম নিৰীক্ষণ (iv) নিজৰ বিষয়ে চিন্তা কৰা 
(ঙ) আত্ম  সচেতনতা (v) নিজৰ ক্ষনতা সম্পর্কে বিশ্বাস 

উত্তৰ:

স্তম্ভ(ক)স্তম্ভ (খ)
(ক) আত্মসম্মান (iii) আত্ম ধাৰণাৰ  ধাৰণাৰ কাৰ্যৰ উপাদানৰ মূল্য নিরূপণ 
(খ) আত্ম কার্যকাৰিতা (v) নিজৰ ক্ষনতা সম্পর্কে বিশ্বাস 
(গ) আত্ম উপস্থাপন (i) আত্ম আচৰণৰ প্ৰকাশ।
(ঘ) আত্ম নিৰীক্ষণ (ii) আনৰ প্ৰতিক্ৰিয়া আৰু বাহ্যিক পৰিবেশৰ দ্বাৰা আচৰণ নিয়ন্ত্রণ।
(ঙ) আত্ম  সচেতনতা (iv) নিজৰ বিষয়ে চিন্তা কৰা 

পাপাঠ্য সমাপ্তিৰ অনুশীলনীৰ উত্তৰ

1. স্বয়ঙৰ ধাৰণা ব্যাখ্যা কৰা।

উত্তৰঃ তোমাক যদি কোনাবাই প্ৰশ্ন কৰে, তুমি কোন? আমি প্ৰায়ে শাৰীৰিক উপাদান, চৰিত্ৰ, লক্ষ্য, অভিৰুচি ইত্যাদিৰ বৰ্ণনা দিওঁ। আত্ম ধাৰণা হৈছে বিভিন্ন সংবাদৰ সামগ্ৰিক ৰূপ। ই মনোবিজ্ঞানৰ ক্ৰিয়াৰ কেন্দ্ৰীয় দিশ গঠন কৰে। ইয়াৰ ব্যাখ্যা বিভিন্ন দিশৰ পৰা সম্ভৱ কৰি তোলা (approach) হয়। এক সুস্থ পৰ্যালোচনাৰ এই দৃষ্টিভংগীসমূহ (Vicuna) চালে এইটো বুজিব পাৰি যে স্বা এক বিষয় লগে লগে এক বস্তুও। স্বয়ং এক বিষয় হিচাপে ইয়ে ব্যক্তিৰ আঘ চিন্তা, অনুভৱ আৰু ক্ৰিয়াৰ অভিজ্ঞতাক সামৰি লয়। সেয়ে, যেতিয়া মোক বা উঠে অথবা স্বাধীনতাৰ ভাৱৰ কথা চিন্তা কৰোঁ, তেতিয়া সেই প্ৰকাৰৰ ‘ম‍ই”— স্বয়ং বিষয় হিচাপে প্রকাশিত হয়। আনহাতে, বস্তু হিচাপে স্বয়ং হ’ল অইন ব্যাক্তি স্বয়ং বা মোৰ সম্বন্ধে ধাৰণা। সাম্প্রতিক মেজাজৰ (mode) প্রতিনিধি বোধগন হোৱাৰ প্ৰচেষ্টাক স্বয়ঙৰ ধাৰণাই চলাই আহিছে। 

স্বৰা বৰ সাगान (common) কিন্তু একটি গা ইয়াৰ গঠন আৰু সন্তুষ্টি (content) সমাজ আৰু সমাজত বাস কৰা ব্যক্তির সংস্কৃতিৰ দ্বাৰা গঠিত। সাংস্কৃতিক অংগত ব্যক্তি পৃথিৱীবনক দুটা ভাগত ভাগ কৰিছে। স্বয়ং আৰু স্বাধীন ব্যক্তিগত সংস্কৃতিত বাধিয়ে স্বাধীন বিশ্লেষণৰ কথাক (construal) অগ্রাধিকাৰ (prefer) দিব যি ক্ষেত্ৰত সামুদ্রিক সংস্কৃতিয়ে নির্ভশীল (Interdependent) স্বয়ৰ ভাৱক অগ্রাধিকাৰ (Prefer) প্রদান ককৰিব। স্বাধীন স্বৰে বিশ্লেষণে স্বয়ঙক আৱদ্ধ (founded) 2) (separate) আৰু ব্যক্তিগত অস্তিত্ব (entity) রূপে গণ্য কৰে, যিটোৱে এগৰাকী ব্যক্তিৰ চিত্তাক নিজৰ মাজত কেন্দ্ৰীভূত কৰে। ইয়াৰ বিপৰীতে, নির্ভৰশীল (Interdependent) স্বয়ঙৰ বিশ্লেষণে গুরুত্ব দিয়ে সংযোগ (interdependence) আৰু ভাগ বতৰাৰ ওপৰত। এই ক্ষেত্ৰত স্বয়ং আৰু স্বয়ৰ বাহিৰৰ | পরিসীমা ওপৰা উপৰি (overlapping) হয়। এইটো সম্ভবতঃ উল্লেখ কৰিব পাৰি যে স্বয়ং বিশ্লেষণৰ দুই ধৰণৰ প্ৰকাৰৰ (mode) 12 দশ (tread) আৰু এক ধৰণৰ সংস্কৃতিত ব্যক্তিয়ে দুয়োধৰণৰ বিশ্লেষণ বিভিন্ন পর্যায়ত (degree) প্রদর্শন (display) কৰিব পাৰে।

 কিছু সংখ্যক গবেষকে স্বয়ঙৰ ভাৱৰ উদ্ভৱ আৰু গঠন সামাজিক পাৰস্পৰিক ক্ৰিয়াৰ ফলত হোৱা বুলি ধাৰণা কৰে। সাধাৰণতে যেতিয়া কোনো এটি শিশুক সম্বোধন কৰা হয় তেতিয়া সি / তাই নিজৰ সম্পৰ্কে চিন্তা কৰিবলৈ আৰম্ভ কৰে। সেয়ে, সামাজিক অভিজ্ঞতাত স্বয়ঙৰ উদ্ভব হয়। ক্রমান্বয়ে ব্যক্তিয়ে স্বয়ঙৰ বা আত্মৰ বিশেষ দৃষ্টিভংগীক অভ্যন্তৰীণ (internalize) কৰে যিটো শক্তিশালী উৎস হৈ আচৰণক প্ৰভাৱিত কৰে। স্বয়ঙৰ কিছু অংশ আমাৰ ব্যক্তিগত আৰু সেয়া কেৱল আমিহে জানো। আনটো অংশ ৰাজহুৱা যিটো বাকীবোৰেও জানে। তাৰোপৰি, দলৰ সদস্যৰূপে ভাগ লোৱাৰা এটা অংশ স্বয়ঙৰ থাকে। এই ধৰণৰ স্বয়ঙক কোৱা হয় সামূহিক স্বয়ং বা সাাজিক পৰিচয় বুলি। 

2. ভাৰতীয় ধাৰণাৰ পাঁচটা কোষৰ বিষয়ে আলোচনা কৰা। 

উত্তৰ : কোষ শব্দৰ অৰ্থ হৈছে আৱৰণ বা আচ্ছাদন। ভাৰতীয় চিন্তাধাৰাত 

আমাৰ জীৱৰ মাজত পাঁচটা কোচ বা কোষ আছে। তলত এইবিলাকৰ বিষয়ে আলোচনা কৰা হ’ল 

  1. অন্নমায়া কোচ (Anramaya Kosh) : এই কোষে সামগ্রিকভারে শৰীৰক সামৰি লয়। পাঁচ কোষৰ তত্ত্ব অনুসৰি, যিদৰে ভাৰতীয় চিন্তাধাৰাত ব্যাখ্যা কৰা হয়, অন্নমায়া কোষে মুঠ শাৰীৰিক অবয়র সামৰে। ই উপস্থিতি আটাইতকৈ বাহিৰৰ স্তৰ। ইয়াক অন্নমায়া বোলা হয় কাৰ ই খাদ্যৰ ওপৰত ভিত্তি কৰে যি খাদ্য আমি খাওঁ আৰু ক্ষয় (consume) কৰো। 
  2. প্রাণামায়া কোচ (Pranamaya Kosh) ঃ এই স্তৰতো প্ৰাণৰ সৈতে জড়িত আৰু উশাহ নিশাহ আৰু দেহৰ উপাদানৰ ৰাসায়নিক (metabolic) প্ৰক্ৰিয়াক প্ৰতিনিধিত্ব কৰে। ইয়াত পাঁচটা গ্রাহক (effetor) সোমাই আছে। 
  3. মনোমায়া কোচ (Manomaya Kosh) : ই ইন্দ্ৰিয়ক লৈ গঠিত। ই স্বয়ঙৰ (ego) স্থান আৰু ই ব্যক্তিৰ ব্যক্তিগত লিপ্ততা (involvement) যিবোৰে ব্যক্তিক হেঁপাহ আৰু ক্ৰিয়াৰ সৈতে সাঙোৰে সেয়া চালিত (lead) কৰে। 
  4. বিজ্ঞানমায়া কোচ (Vigyanamaya Kosh) : ইয়াত পাঁচটা ইন্দ্ৰিয় আছে আৰু আছে বুদ্ধি। ই পৃথিৱীৰ জীৱনক নিয়ন্ত্ৰণ কৰে। একাত অনুভৱৰ উপস্থিতিৰ জীৱক অতীতৰ ক্ৰিয়াৰ সৈতে সম্পৰ্ক কৰায়। তাৰোপৰি, গৌৰৱ আৰু ঠাই অনুভৱ কৰায়। 
  5. আনন্দমায়া কোচ (Anandamaya Kosh) : ই এক আনন্দব আচ্ছাদন। আশীৰ্বাদৰ অনুভৱৰ আধ্যাত্মিক ভিত্তি থাকে, তাৰোপৰি, কোনো এটা হেঁপাহৰ বস্তুৰ পৰা লাভ কৰা আনন্দও ইয়াৰ অংশ। 

3. সম্ভাৱনীয় আত্ম মূল্য নিৰ্দ্ধাৰণ (Appraisal) পথৰ বিষয়ে আলোচনা কৰা।

উত্তৰ : এইটো প্ৰায়েই ধৰি লোৱা হয় যে আমি নিজকে খুৱ ভালদৰে জানো। যদিও, প্রকৃতিতে সেয়া সত্য নহয়। অধ্যয়নে দেখুৱাইছে আমাৰ আত্ম ধাৰণাৰ বিভিন্ন দিশ আছে যিবোৰ আমিও নিজেও জানো আৰু আনেও এই বিষয়ে জানে। 

আন কথাত ক’বলৈ হ’লে এইটো ৰাজহুৱা। কিন্তু আন তিনিটা নাস্তাৱনা আছে, সেই কেইটা তলত দিয়া হলঃ

  1.  কিছুমান আত্ম আরোপ (Attribute) আছে যিবোৰ ব্যক্তিগৰাকীয়ে জানে কিন্তু আনে নাজানে।
  2. কিছুমান আত্ম আৰোপ আছে যিবোৰ ব্যক্তিগৰাকীয়েও জানে আৰু আনে নেজানে। 
  3. কিছুমান আত্ম আৰোপ আছে যিবোৰ ব্যক্তিগৰাকীয়েও নাজানে আক আনেও নাজানে। 

তুমি সহজেই সেই পৰিস্থিতিৰ কল্পনা কৰিব পাৰিবা যত আত্ম আৰোপৰ তাৰতম্য ব্যক্তিগৰাকীয়ে জানে বা নাজানে। এক স্বাস্থ্যসম্মত জীৱনৰ বাবে কোনো এজনৰ আৰোপৰ উচিত প্ৰশংসাৰ প্ৰয়োজন। তাৰোপৰি, এইটো হয়তো এক প্রকৃত মুল্য নিরূপন (Appraisal), নিৰপেক্ষ জ্ঞান আৰু নিজৰ শক্তি আৰু দুৰ্বলতাৰ উপলব্ধি যিটোৰ ওপৰত ভিত্তি কৰি সঠিক ক্ৰিয়াৰ গাঁঠনিৰ পৰিকল্পনা কৰিব পাৰি। 

আত্ম সম্পর্কে আলোচনা কৰোতে এইটো আঙুলিয়াব লাগে যে ব্যক্তিয়ে প্ৰায়ে আত্ম সেৱাৰ পক্ষপাতিত্ব (Fias) প্রদর্শন কৰে। এই প্ৰৱণতাৰ বাবে বস্তুবোৰ এনেধৰণে চায় য’ত ইতিবাচক আত্ম আৰোপ বৰ্দ্ধিত (Enhorce) হয়। উদাহৰণস্বৰূপে, ব্যক্তিয়ে যিকোনো ক্ৰিয়াৰ সফলতা ব্যাখ্যা কৰে তেওঁলোকৰ ক্ষমতা আৰু প্ৰচেষ্টাৰ ভেটিত আৰু আৰোপৰ উত্তীৰ্ণহীনতাক বাহ্যিক উপাদান যেনে সুযোগ বা ভাগ্য, তাৰোপৰি, প্ৰত্যেকেই আনৰ পৰা ইতিবাচক প্রশংসা বিচাৰে, সেইটো শুদ্ধই হওঁক বা অশুদ্ধই হওঁক, এইবোৰে ভুল আত্ম প্রতিরূপ গঠন কৰে আৰু অন্যান্য সমস্যাৰো সৃষ্টি কৰে। 

4. আবেগ আৰু অভিৰোচনৰ সৈতে আত্ম বিশ্লেষণৰ সম্পৰ্ক আলোচনা কৰা।

উত্তৰ : স্বয়ং আৰু আৱেগ (Self and Emotion) : কিছুমান আরোগে আভ্যন্তৰীণ গুণ বা বৈশিষ্ট্যসমূহৰ ওপৰত গুৰুত্ব (Emophosis) দিয়ে। উদাহণ স্বৰূপে, যেতিয়া কোনো এগৰাকী লোকে কিবা এটা বিশেষ কার্য সম্পাদন করে তেতিয়া তেওঁৰ গৌৰৱ আৰু উচ্চ মনোভাৱৰ উমান পোৱা যায়। সেইদৰে হতাশাই ঠাই লয় যেতিয়া ব্যক্তিগত লক্ষ্য আৰু হেঁপাহত (আভ্যন্তৰীণ আবেদ)) বাধা আহে। এই ধৰণৰ পৰিস্থিতিত আৱেগিক অভিজ্ঞতাই স্বয়ঙক সামাজিক সম্পৰ্কৰ পৰা পৃথক (Separate) অথবা নিযুক্তিহীন (Diserage) কৰে। আনহাতে, কিছুমান ইতিবাচক আবেগ আছে এনে ইতিবাচক আবেগ হৈছে গুৰুত্বপূর্ণ অনুভৱ বা কৃতজ্ঞতাৰ অনুভৱ আৰু শ্রদ্ধা। সেই আবেগবোৰে ঠাই লয় যেতিয় কোনো এজনৰ আনৰ সৈতে নিবিড় বা অনুকূল (Congenial) সম্পর্ক উঠে। এনেধৰণৰ আৱেগে ব্যক্তিৰ মাজৰ সম্পৰ্কক উদগনি দিয়ে। এই কথা নেতিবাচক আৱেগৰ ক্ষেত্ৰতো একে, যেনে অপৰাধী বা ধৰুৱাভাবৰ (Indeltness) অনুভৱ। এইবোৰে ঠাই লয় যেতিয়া কোনো এগৰাকী লোকে আনৰ েৈত সম্পৰ্ক ৰক্ষা কৰা ব্যৰ্থ হয় তেতিয়া। এই ধৰাৰ আবেগে সামাজিকভাবে নিযুক্ত (Engaged) আৱেগক প্ৰতিফলিত কৰে। এইটো দেখিবলৈ পোৱা গৈছে যে যিসকল ব্যক্তিৰ নিৰ্ভৰশীল আত্ম বিশ্লেষণ আছে সেইবোৰ সামাজিক ভাবে নিযুক্ত (Engaged) আৱেগৰ অভিজ্ঞতা সঘনাই স্বাধীন আত্ম বিশ্লেষণতকৈ অধিকভাৱে লাভ কৰে।

 স্বয়ং আৰু অভিৰোচন (Self and Motivation) : 

এইটো সাধাৰণতেই চিন্তা কৰা যায় যে অভিৰোচনৰ চৰ্চা ব্যক্তিৰ আভ্যন্তৰীণ প্ৰক্ৰিয়াৰ লেনদেনৰ সৈতে জড়িত। প্রয়োজনৰ ধাৰণা আৰু অভিৰোচনে এই প্ৰক্ৰিয়াৰ সৈতে লেনদেন (Deal) কৰে। এই দৃষ্টিভংগী স্বাধীন আত্ম বিশ্লেষণৰ নিচিনা। সকলোবোৰে ব্যক্তি অথবা “মই” ৰ সৈতে জড়িত অভিৰোচনকে বুজায়। নিৰ্ভৰশীল আত্ম বিশ্লেষণৰ ক্ষেত্ৰত, আচৰণবোৰ নিৰ্দেশিত বা প্ৰদৰ্শিত হয় আনৰ বাধ্যবাধকতাৰ (Obligation) প্রত্যাশাত (যেনে, মাক-দেউতাক, শিক্ষক, পৰিয়ালৰ অইন সদস্য।। আৰু তেওঁলোকৰ প্ৰতি থকা কৰ্তব্যৰ বাবে। এই প্ৰসঙ্গত সফলতাৰ অধ্যয়নে অভিৰোচনৰ ব্যৱহাৰিক যোগান ধৰিব পাৰে। সফলতাৰ অভিৰোচনে ‘হেঁপাহৰ শ্ৰেষ্ঠতা’ৰ (Excel) সৈতে লেনদেন কৰে। 

এই হেঁপাহ সকলো সংস্কৃতিতে আছে। যদিও, বিভিন্ন সংস্কৃতিত ইয়াক ভিন্ন ধৰণে ধাৰণা কৰা হৈছে। সংস্কৃতি য’ত স্বাধীন তেনেক্ষেত্ৰত আত্ম বিশ্লেষণে মুখ্য ভূমিকা লৈ আছে এই প্ৰয়োজনৰ ব্যক্তিগত আধাৰত, আনহাতে সংস্কৃতি, য’ত নিৰ্ভৰশীল তেনেক্ষেত্ৰত আত্ম বিশ্লেষণক গুৰুত্ব দিয়া হয়, এই প্রয়োজন সামূহিক আৰু সামাজিক ভাবে গঠিত হয়। ভাৰতীয় প্ৰসঙ্গত য’ত সামূহিক (Collectivism) আৰু নিৰ্ভৰশীল স্বয়ঙে সামাজিক ধাৰণাক কৰ্তৃত্বশীল (dominate) কৰে, -সফলতাক চিন্তাৰ এক গুৰুত্বপূৰ্ণ দিশৰূপে প্রত্যক্ষ (Emerge) কৰে।

অধ্যায়:খণ্ড ১LINK
মড্যুল :১
অধ্যায়: ১মনোবিজ্ঞান : আত্ম আৰু আনসকলৰ মননClick Here
অধ্যায়: ২মনোবিজ্ঞানীসকলে কিদৰে অধ্যয়ন কৰে?Click Here
অধ্যায়: ৩মন আৰু আচৰণৰ জৈৱিক আৰু সাংস্কৃতিক আকৃতিকৰণClick Here
অধ্যায়: 8আমাৰ চৌপাশৰ পৃথিবীৰ প্ৰতি সজাগতাClick Here
অধ্যায়: ৫মনোযোগ আৰু সংবোধনClick Here
অধ্যায়: ৬শিক্ষণ প্ৰক্ৰিয়া আৰু কৌশল আয়ত্বকৰণClick Here
অধ্যায়: ৭স্মৃতি আৰু বিস্মৃতিClick Here
অধ্যায়: ৮সত্যতাৰ ঊৰ্ধ্বলৈ যাত্ৰা : চিন্তা আৰু যুক্তিClick Here
অধ্যায়: ৯অভিৰোচনClick Here
অধ্যায়: ১০আৱেকClick Here
অধ্যায়: ১১বিকাশ : ইয়াৰ প্ৰকৃতিClick Here
অধ্যায়: ১২বিকাশৰ প্ৰভাৱ ক্ষেত্রসমূহClick Here
অধ্যায়: ১৩কৈশোৰClick Here
অধ্যায়: ১8প্রাপ্তবয়স্ককাল আৰু বাৰ্ধক্য কালClick Here
অধ্যায়: ১৫বৈষম্যসমূহৰ মনন বুদ্ধিৰ সংঘটনClick Here
অধ্যায়: ১৬আত্ম বা স্বয়ং কি ?Click Here
অধ্যায়: ১৭আত্ম বা স্বয়ং আৰু মনোবৈজ্ঞানিক প্রক্রিয়াসমূহClick Here
অধ্যায়: ১৮ব্যক্তিত্বৰ তত্ত্বসমূহClick Here
অধ্যায়: ১৯ব্যক্তিত্বৰ মূল্যাঙ্কনClick Here
অধ্যায়: ২০মনোবৈজ্ঞানিক বিসংগতিClick Here
অধ্যায়: ২১দলীয় প্রক্রিয়াসমূহClick Here
অধ্যায়: ২২ব্যক্তি বোধ আৰু আন্তঃব্যক্তিক আকর্ষণClick Here
অধ্যায়: ২৩মানুহ-পৰিবেশ পাৰস্পৰিক ক্রিয়াClick Here
অধ্যায়: ২8মনোচিকিৎসাClick Here
অধ্যায়: ২৫স্বাস্থ্য মনোবিজ্ঞানClick Here
অধ্যায়: ২৬শিক্ষা আৰু কৰ্মClick Here
অধ্যায়: ২৭কৰ্মজীৱনৰ উন্নতিClick Here
অধ্যায়: ২৮বৃত্তিগত পছন্দ আৰু বৃত্তিগত সমাযোজনClick Here
অধ্যায়: ২৯চাপ আৰু তোমাৰ স্বাস্থ্যClick Here
অধ্যায়: ৩০চাপ পৰিচালনা আৰু কল্যাণClick Here
অধ্যায়: ২৬আগতীয়া বাল্যকালৰ বিকাশৰ ধাৰাClick Here
অধ্যায়: ২৭ক্রীড়া কেন্দ্র ঃ উদ্দেশ্যClick Here
অধ্যায়: ২৮ক্রীড়া কেন্দ্র : সাংগঠনিক সবিশেষClick Here
অধ্যায়: ২৯কাৰ্যসূচীসমূহৰ পৰিকল্পনা আৰু পৰিচালনাClick Here
অধ্যায়: ৩০ক্রীড়া কেন্দ্ৰত অভিভাৱক আৰু সম্প্ৰদায়ৰ অংশ গ্রহণClick Here



This Post Has 4 Comments

Leave a Reply