NIOS Psychology (328) Notes/Answer Chapter-15 বৈষম্যসমূহৰ মনন বুদ্ধিৰ সংঘটন

NIOS Psychology (328) Notes/Answer Chapter-15 বৈষম্যসমূহৰ মনন বুদ্ধিৰ সংঘটন (SOS) ছাত্ৰ-ছাত্ৰীৰ বাবে উপযোগীকে ৰাষ্ট্ৰীয় মুক্ত বিশ্ববিদ্যালয় শিক্ষা সংস্থাই প্ৰস্তুত কৰি উলিওৱা পাঠ্যক্রমকে অসম ৰাজ্যিক মুক্ত বিদ্যালয়ৰ পাঠ্যক্রম হিচাপে গ্রহণ কৰা হৈছে। NIOS Psychology (328) Notes/Answer Chapter-15 বৈষম্যসমূহৰ মনন বুদ্ধিৰ সংঘটন

NIOS Psychology (328) Notes/Answer Chapter-15 বৈষম্যসমূহৰ মনন বুদ্ধিৰ সংঘটন

  15.1. পাঠ্য অন্তর্গত প্রশ্নাবলীৰ উত্তৰ: 

শুদ্ধ বিকল্প নির্বাচন কৰাঃ 

(i) এটা বুদ্ধি অভীক্ষাত এটা বৃহৎ দলৰ ৰাশিসমূহে এনে এটা বিতৰণ। প্ৰদৰ্শন কৰিব য’ত অধিক সংখ্যকে পাব:

(ক) নিম্ন ৰাশিসমূহ 

(খ) মজলীয়া ৰাশিসমূহ 

(গ) উচ্চ ৰাশিসমূহ

(ঘ) চূড়ান্তভাবে উচ্চ ৰাশিসমূহ উত্তৰঃ

উত্তৰঃ (খ) মজলীয়া বাশিসমূহ 

(ii) বুদ্ধিৰ প্ৰথম অভীক্ষাৰ লগত সম্বন্ধযুক্ত হৈ আছে……

ক) বীনে 

(খ) স্পিয়াৰমেন 

(গ) টাৰমেন

(ঘ) ৰাডেন

উত্তৰঃ (ক) বীনে

(iii) বুদ্ধি একাধিক উপাদানক লৈ গঠিত বুলি কোনে উল্লেখ কৰিছে?

(ক) বাস্তুতন 

(খ) গুইলফোর্ডে 

(গ) ভাৰমনে 

(ঘ) ষ্টানবার্গে 

উত্তৰঃ (ক) থাৰ্ষ্টতন 

(iv) যি দৃষ্টিভংগীয়ে মুক্তিক সঞ্চালনসমূহ, বিষয়বস্তুসমূহ সৃষ্টসমূহৰ

(ক) পদ্ধতিসমূহৰ আৰ্হি হিচাপে 

((খ)) গাঁথনি হিচাপে 

(গ) পদানুক্রমে আহি হিচাপে 

(ঘ) জিউপাদানৰ আৰ্হি হিচাপে 

উত্তৰ : (খ) প্ৰজ্ঞাৰগাঁথনি হিচাপে

15.2. পাঠ্য অন্তর্গত প্রশ্নাবলীৰ উত্তৰ 

শুদ্ধ বিকল্প নিৰ্বাচন কৰা 

(i) তলৰ কোনটোৱে বুদ্ধিৰ অপ্ৰজ্ঞানাত্মক দিশৰ সৈতে মকামিলা নকৰে? 

(ক) ব্যৱহাৰিক বুদ্ধি 

(খ) সমাজ বুদ্ধ 

(গ) আবেগিক বুদ্ধি 

(ঘ) বুদ্ধিৰ প্ৰতিলা আৰ্হি 

উত্তৰঃ : ((ঘ) বুদ্ধ প্রক্রিয় আৰ্হি 

(ii) তলত দিয়া সূত্র প্রয়োগ কৰি বুঝাতে আহৰণ কৰা হয় :

(ক) MA/CA + 100 

(খ) MA/CAx 100

(গ) CA/MA x 100

(ঘ) CA/MA + 100

উত্তৰ: (খ) MA/CAx 100

(iii) ওবেলাৰৰ অভীক্ষাই পরিমাণ প্রদান করে? 

(ক) বিশেষ সামৰ্থাসূহৰ

(খ) মৌখিক সামর্থ্যৰ 

(গ) বুদ্ধিৰ প্ৰক্ৰিয়াসমূহৰ

(ঘ) সাধাৰণ সামর্থ্যৰ

উত্তৰ: (ঘ) সাধাৰণ সামর্থ্যৰ

(iv) এটা বুদ্ধি অভীক্ষাত তলত দিয়াবোৰ থাকিব লাগিব ? 

(ক) মানদণ্ডসমূহস

(খ) বৈধতা 

(গ) নিৰ্ভৰযোগ্যতা 

(ঘ) ওপৰৰ সকলোবোৰ

উত্তৰ: (ঘ) ওপৰৰ সকলোবোৰ 

(v) বুদ্ধি অভীক্ষাসমূহে সহায় নকৰেঃ

(ক) নির্দেশনাত 

(খ) কোনো সংগঠন বা সেনাবাহিনীৰ লোক নির্বাচন

(গ) শিক্ষণৰ পৰিমাপণত 

(ঘ) সমস্যা সমাধান সামর্থ্যৰ পৰিমাপণত 

উত্তৰঃ (গ) শিক্ষণৰ পৰিমাপণত

 পাঠ্য সমাপ্তিৰ প্ৰশ্নাৱলীৰ উত্তৰঃ

 (১) মনোবিজ্ঞানীসকলে বুদ্ধিৰ ধাৰণা ব্যৱহাৰ কৰা উপায়সমূহৰ লগত তোমাৰ পৰিচয়ৰ বিষয়ে প্রকাশ কৰা। 

উত্তৰঃ বুদ্ধিৰ গাঁথনি, ই একক অথবা বহু উপাদানমূলক যিয়েই নহওঁক কিয়, এটা অনুসন্ধিৎসাৰ বিষয় হৈ আহিছে। উপাদান বিশ্লেষণ নামসহসম্বন্ধমূলক কৌশল ব্যৱহাৰ কৰি বিভিন্ন গৱেষকে বুদ্ধিৰ গঠন প্রণালী অনাবৃত কৰাৰ বাবে প্রচেষ্টা চলাই আহিছে।

 সাধাৰণ উপাদান (জি) হিচাপে বুদ্ধিঃ 

স্পিয়ামেনে উপস্থাপন কৰিছিল যে আমি এটা সাধাৰণ বুদ্ধিৰ উপাদানৰ (জি) আৰু বহুতো বিশেষ উপাদান (এচ) যিবোৰ বিশেষ সামৰ্থ্যসমূহৰ প্রতি বিশিষ্ট হয় সেইবোৰৰ অধিকাৰী হওঁ। জি উপাদান সকলো প্ৰকাৰৰ সামৰ্থৰ মাজেৰে প্রবাহিত হয়। ই বিমূর্ত সম্পর্কসমূহ উপলব্ধি কৰা সামর্থ্যত প্রকাশিত হয়। 

বুদ্ধিৰ বিবিধ উপাদানসমূহ ঃ 

থাৰ্ষ্টতনে উত্থাপন কৰিছিল যে বুদ্ধিয়ে ৭টা উপাদান যেনে মৌখিক উপলব্ধি, শব্দ, বাকচাতুর্য, সংখ্যা, স্থান, সাংসর্গিক স্মৃতি, ইলিয়ানুভূত গতি আৰু সাধাৰণ সিদ্ধান্ত বা আৰোহ (অথবা সাধাৰণ যুক্তি প্রদান) অন্তর্ভুক্ত কৰি লয়। তেখেতে এই উপাদানসমূহ পৰিমাপ কৰাৰ বাবে প্ৰাথমিক মানসিক সমস্যাসমূহৰ এটা অভীক্ষা বিকাশপ্রাপ্ত কৰি তুলিছিল। 

(২) বুদ্ধিৰ মূল্যাধনত ব্যৱহাৰ কৰা এটা মনোবৈজ্ঞানিক অভিক্ষাৰ নিহিত গুণাৱলীৰ বিষয়ে ব্যাখ্যা কৰা ।

 উত্তৰ : বুদ্ধিৰ এটা বিস্তাৰিত পৰিমাপ প্ৰদান কৰাৰ উদ্দেশ্যৰ সৈতে গুইলফোর্ডে আন এটা দৃষ্টিভংগী প্ৰদান কৰিছিল। তেওঁ ইয়াক প্ৰজাৰ গাঁঠনি (এচ আই) আহি হিচাপে পৰিভাষিত কৰিছে। এই আৰ্হিটোৱে তিনিটা মূল বিস্তাৰৰ সৈতে বৌদ্ধিক সংলক্ষণসমূহ শ্ৰেণীকৰণ কৰিছে। 

সঞ্চালনসমূহঃ এগৰাকী ব্যক্তিয়ে কি কৰে? সঞ্চালনসমূহে প্রজ্ঞান, স্মৃতি, ভিন্নমুখী উৎপাদন (সৃষ্টিশীলতা), সমকেন্দ্রিক উৎপাদন আৰু মূল্যাংকন সামৰি লয়।

বিষয়বস্তুসমূহ: ইয়ে বক্তসমূহৰ অথবা সংবাদ যাৰ ওপৰত সঞ্চালনসমূহ সম্পন্ন কৰা হয় সেয়া সূচায়। এইবোৰ দর্শন, শ্ৰৱণ, প্রতীকধর্মী (যেনে, আখসমূহ, সংখ্যাসমূহ), শব্দার্থীয় (যেনে শব্দবোৰ) আৰু আচৰগুলক ততা প্রতিমূর্তি সম্বন্ধীয় (ব্যক্তির আচৰণ, মনোভাবসমূহ, প্রয়োজনসমূহ ইত্যাদি) অন্তর্ভুক্ত কৰিলয়।

সৃষ্টবস্তুসমূহ : ইয়ে তেনে আকাৰ যিটোত এগৰাকী ব্যক্তিৰ দ্বাৰা সংবাদ প্ৰক্ৰিয়াকৰণ কৰা হয় সেই বিষয়ে সূচায়। সৃষ্ট বস্তুসমূহত, শ্রেণীসমূহত, সম্পৰ্কসমূহ, পদ্ধতিৰ পৰিবৰ্তনসমূহ আৰু প্ৰযুক্ত কৰা হয়।

(৩) এটা বুদ্ধিৰ অভীক্ষাৰ বিষয়ে ব্যাখ্যা কৰা আৰু ইয়াৰ সম্ভাব্য ব্যৱহাৰবোৰৰ বিষয়ে উল্লেখ কৰা। 

উত্তৰ: বুদ্ধিৰ এটা বিস্তাৰিত পৰিমাপ প্রদান কৰাৰ উদ্দেশ্যৰ সৈতে গুইলফোর্ডে আন এটা দৃষ্টিভংগী প্ৰদান কৰিছিল। তেওঁ ইয়াক প্ৰজাৰ গাঁঠনি 

(এচ আই) আহি হিচাপে পৰিভাবিত কৰিছে। এই আর্বিটে তিনি মূল বিস্তাৰৰ সৈতে বৌদ্ধিক সংলক্ষণসমূহ শ্ৰেণীকৰণ কৰিছে। 

সঞ্চালনসমূহ এগৰাকী ব্যক্তিয়ে কি করে? সঞ্চালনসমূহে প্রজ্ঞান, মুক্তি, ভিন্নমুখী উৎপাদন (সৃষ্টিশীলতা), সমকেন্দ্রিক উৎপাদন আৰু মূল্যাংকন সামৰি লয়।

বিষয়বস্তুসমূহ ইয়ে বস্তুসমূহৰ অথবা সংবাদ যাৰ ওপৰত সঞ্চালনসমূহ সম্পন্ন কৰা হয় সেয়া সূচায়। এইবোৰ দৰ্শন, শ্ৰৱণ, প্রতীকধর্মী (যোন, আপসমূহ, সংখ্যাসমূহ), শব্দার্ণীয় (যেনে শব্দবোৰ) আৰু আচৰগুলক ভাতা প্রতিমূর্তি সম্বন্ধীয় (ব্যক্তিৰ আচৰণ, মনোভাৱসমূহ, প্রয়োজনসমূহ ইত্যাদি) অন্তর্ভুক্ত কৰিলয়। 

সৃষ্টবস্তুসমূহ ইয়ে তেনে আকাৰ যিটোত এগৰাকী ব্যক্তিৰ দ্বাৰা সংবাদ প্রক্রিয়াকৰণ কৰা হয় সেই বিষয়ে সুচায়। সৃষ্ট বস্তুসমূহত, শ্রেণীসমূহ, সম্পৰ্কসমূহ, পদ্ধতিৰ পৰিৱৰ্তনসমূহ আৰু প্ৰযুক্ত করা হয়। 

এটা প্রক্রিয়া হিচাপে বৃদ্ধি : এই দৃষ্টিভংগীটো প্রজ্ঞানাত্মক বিজ্ঞান পৰম্পৰাৰ লগত সম্বন্ধযুক্ত হৈ আছে। বিশেষভাবে সংবাদ প্রক্রিয়াকরণ আৰ্হি ইয়াৰ প্ৰতি অতি প্রাসঙ্গিক। ইয়ে বৌদ্ধিক কাৰ্যসমূহ গ্ৰহণ কৰাৰ সময়ত অর্জন, উপস্থাপন আৰু সংবাদৰ ব্যৱহাৰৰ প্ৰক্ৰিয়াসমূহ অন্বেষণ কৰে। 

ত্রিমূর্তিমূলক তত্ত্বঃ উপাদানমূলক অথবা মনোনিতি অভিগমন অগ্রাহ্য কৰাৰ পিছত ৰ’বাৰ্ট ষ্টার্নবার্গে তিনিটা দিশত যেনে উপাদানমূলক, অভিজ্ঞতামূলক আৰু প্রাসঙ্গিক বুদ্ধিৰ বিশ্লেষণ কৰিছিল। উপাদানমূলক দিশে তেনে প্রক্রিয়াসমূহ অন্তর্ভুক্ত কৰি লয় যিবোৰ মানবিশিষ্ট কৰি তোলা অভীক্ষাসমূহত এটা অভীক্ষালৈ পদসমূহৰ প্রতি প্রতিক্রিয়া কৰাৰ সসময়ত এগৰাকী ব্যক্তিৰ দ্বাৰা প্ৰয়োগ কৰা হয়। ইয়াৰ গঠনকাৰীসমূহে অৱস্থাৰ পৰিৱৰ্তনৰ অন্যতম উপাদান অথবা উচ্চ শৃংখলৰ নিয়ন্ত্রণ প্রক্রিয়াসমূহ কার্য সম্পাদনৰ অন্যতম উপাদান, অর্জিত অন্যতম উপাদান আৰু স্থানাত্তৰ উপাদান অন্তর্ভুক্ত কৰি লয়। দ্বিতীয় দিশটো হৈছে অভিজ্ঞতামূলক যিটোৱে মানুহৰ মানসিক জগত আৰু বাহিৰৰ অথবা বাহ্যিক গত এই দুয়োখন জগত কেনেভাবে সম্বন্ধযুক্ত হৈ আছে সেই পথৰ বিষয়ে 

সুচায়। ইয়ে বুদ্ধিৰ বিশ্বাস বা মতৰ লগত সৃষ্টিশীলতাক যোগ দিয়ে। বাস্তব ক্ষেত্ৰত এগৰাকী ব্যক্তিৰ বুদ্ধিয়ে তেওঁৰ অভিজ্ঞতাসমূহৰ আকাৰ প্ৰদান কৰে। এগৰাকী লোকৰ অভিজ্ঞতা যি তেওঁ প্ৰভাৱিত কৰে, সেয়াই বুদ্ধি। বুদ্ধিৰ তৃতীয় দিশটো হৈছে প্রাসঙ্গিক। ইয়ে ব্যক্তিসকলে তেওঁলোকৰ পৰিৱেশসমূহ সমানে ভগাই লোৱা, সেইবোৰৰ লগত সমাযোজনা কৰা, আৰু সহজলভ্য সম্পদসমূহৰ পৰা সৰ্বোচ্চ পৰিমাণ পাবলৈ প্ৰচেষ্টা উপায়ৰ কথা সূচয়। ইয়াক আকৌ ব্যবহারিক বুদ্ধি বুলিও কোৱা হয়। 

অধ্যায়:খণ্ড ১LINK
মড্যুল :১
অধ্যায়: ১মনোবিজ্ঞান : আত্ম আৰু আনসকলৰ মননClick Here
অধ্যায়: ২মনোবিজ্ঞানীসকলে কিদৰে অধ্যয়ন কৰে?Click Here
অধ্যায়: ৩মন আৰু আচৰণৰ জৈৱিক আৰু সাংস্কৃতিক আকৃতিকৰণClick Here
অধ্যায়: 8আমাৰ চৌপাশৰ পৃথিবীৰ প্ৰতি সজাগতাClick Here
অধ্যায়: ৫মনোযোগ আৰু সংবোধনClick Here
অধ্যায়: ৬শিক্ষণ প্ৰক্ৰিয়া আৰু কৌশল আয়ত্বকৰণClick Here
অধ্যায়: ৭স্মৃতি আৰু বিস্মৃতিClick Here
অধ্যায়: ৮সত্যতাৰ ঊৰ্ধ্বলৈ যাত্ৰা : চিন্তা আৰু যুক্তিClick Here
অধ্যায়: ৯অভিৰোচনClick Here
অধ্যায়: ১০আৱেকClick Here
অধ্যায়: ১১বিকাশ : ইয়াৰ প্ৰকৃতিClick Here
অধ্যায়: ১২বিকাশৰ প্ৰভাৱ ক্ষেত্রসমূহClick Here
অধ্যায়: ১৩কৈশোৰClick Here
অধ্যায়: ১8প্রাপ্তবয়স্ককাল আৰু বাৰ্ধক্য কালClick Here
অধ্যায়: ১৫বৈষম্যসমূহৰ মনন বুদ্ধিৰ সংঘটনClick Here
অধ্যায়: ১৬আত্ম বা স্বয়ং কি ?Click Here
অধ্যায়: ১৭আত্ম বা স্বয়ং আৰু মনোবৈজ্ঞানিক প্রক্রিয়াসমূহClick Here
অধ্যায়: ১৮ব্যক্তিত্বৰ তত্ত্বসমূহClick Here
অধ্যায়: ১৯ব্যক্তিত্বৰ মূল্যাঙ্কনClick Here
অধ্যায়: ২০মনোবৈজ্ঞানিক বিসংগতিClick Here
অধ্যায়: ২১দলীয় প্রক্রিয়াসমূহClick Here
অধ্যায়: ২২ব্যক্তি বোধ আৰু আন্তঃব্যক্তিক আকর্ষণClick Here
অধ্যায়: ২৩মানুহ-পৰিবেশ পাৰস্পৰিক ক্রিয়াClick Here
অধ্যায়: ২8মনোচিকিৎসাClick Here
অধ্যায়: ২৫স্বাস্থ্য মনোবিজ্ঞানClick Here
অধ্যায়: ২৬শিক্ষা আৰু কৰ্মClick Here
অধ্যায়: ২৭কৰ্মজীৱনৰ উন্নতিClick Here
অধ্যায়: ২৮বৃত্তিগত পছন্দ আৰু বৃত্তিগত সমাযোজনClick Here
অধ্যায়: ২৯চাপ আৰু তোমাৰ স্বাস্থ্যClick Here
অধ্যায়: ৩০চাপ পৰিচালনা আৰু কল্যাণClick Here
অধ্যায়: ২৬আগতীয়া বাল্যকালৰ বিকাশৰ ধাৰাClick Here
অধ্যায়: ২৭ক্রীড়া কেন্দ্র ঃ উদ্দেশ্যClick Here
অধ্যায়: ২৮ক্রীড়া কেন্দ্র : সাংগঠনিক সবিশেষClick Here
অধ্যায়: ২৯কাৰ্যসূচীসমূহৰ পৰিকল্পনা আৰু পৰিচালনাClick Here
অধ্যায়: ৩০ক্রীড়া কেন্দ্ৰত অভিভাৱক আৰু সম্প্ৰদায়ৰ অংশ গ্রহণClick Here



This Post Has 4 Comments

Leave a Reply