HS Second Year Geography Question Answer | Assamese Medium | Class 12 ভূগোল প্ৰশ্নউত্তৰ |

HS Second Year Geography Question Answer | Assamese Medium | Class 12 ভূগোল প্ৰশ্নউত্তৰ | উচ্চতৰ মাধ্যমিক দ্বিতীয় বাৰ্ষিকৰ শিক্ষা বিষয়ৰ শেহতীয়া পাঠ্যক্ৰমৰ ওপৰত ভিত্তি কৰি পাঠ ভিত্তিক প্রশ্ন উত্তৰৰ লগতে অতিৰিক্ত প্ৰশ্নৰ উত্তৰ আমাৰ ৱেবচাইটত উপলব্ধ। Higher Secondary দ্বিতীয় বাৰ্ষিকৰ অন্তৰ্ভুক্ত কৰা কলা শাখাৰ অসমীয়া, ইংৰাজী, ঐচ্ছিক অসমীয়া, অৰ্থনীতি, বুৰঞ্জী, শিক্ষা, ৰাজনীতি, সমাজশাস্ত্ৰ, তৰ্কবিদ্যা আৰু দর্শনশাস্ত্ৰ । চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হবলগীয়া ছাত্র-ছাত্ৰীৰ বাবে আমাৰ এই ৱেবছাইটত শেহতীয়া পাঠ্যক্ৰমৰ ওপৰত ভিত্তি কৰি পাঠ ভিত্তিক প্ৰশ্ন উত্তৰৰ লগতে অতিৰিক্ত প্ৰশ্ন উত্তৰ দিবলৈ চেষ্টা কৰিছোঁ। যত ছাত্ৰ-ছাত্ৰীয়ে অনলাইন যোগে পঢ়িব পাৰিব। HS Second Year Geography Question Answer | Assamese Medium | Class 12 ভূগোল প্ৰশ্নউত্তৰ |

Class 12 ভূগোল প্ৰশ্নউত্তৰ
Class 12 ভূগোল প্ৰশ্নউত্তৰ

HS Second Year Question Answer (Assamese Medium)

EnglishClick Here
অৰ্থনীতি (Economy)Click Here
ভূগোল (Geography)Click Here
हिंदी Click Here
অসমীয়াClick Here
ঐচ্ছিক অসমীয়া (Advance Assamese)Click Here
বুৰঞ্জী (History)Click Here
শিক্ষা (Education)Click Here
ৰাজনীতি (Political Science)Click Here
সমাজতত্ত্ব (Sociology)Click Here
তৰ্কবিদ্যা আৰু দর্শনশাস্ত্ৰ (Logic & Philosophy)Click Here
নৃতত্ত্ব (Anthropology)Click Here

HS Second Year Geography Question Answer | Assamese Medium | Class 12 ভূগোল প্ৰশ্নউত্তৰ |

চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হবলগীয়া ছাত্র-ছাত্ৰীৰ বাবে আমাৰ এই ৱেবছাইটত শেহতীয়া পাঠ্যক্ৰমৰ ওপৰত ভিত্তি কৰি পাঠ | ভিত্তিক প্ৰশ্ন উত্তৰৰ লগতে অতিৰিক্ত প্ৰশ্ন উত্তৰ দিবলৈ চেষ্টা কৰিছোঁ। যত ছাত্ৰ-ছাত্ৰীয়ে অনলাইন যোগে পঢ়িব পাৰিব।

Class 12 ভূগোল প্ৰশ্নউত্তৰ |

SL. NO.সূচী-পত্ৰ
Chapter 1মানৱ- ভূগোলৰ প্ৰকৃতি আৰু অধ্যয়ন পৰিসৰ
Chapter 2জনসংখ্যা আৰু উন্নয়ন
Chapter 3জনসংখ্যাৰ গাঁথনি
Chapter 4মানৱ সম্পদৰ বিকাশ
Chapter 5প্ৰাথমিক খণ্ডৰ জীৱিকা
Chapter 6দ্বিতীয়ক খণ্ডৰ বৃত্তি
Chapter 7তৃতীয়ক আৰু চতুর্থ খণ্ডৰ কাৰ্য্যসমূহ
Chapter 8পৰিবহণ আৰু যোগাযোগ
Chapter 9আন্তর্জাতিক বাণিজ্য
Chapter 10জনবসতিৰ প্ৰকাৰ
Chapter 11উত্তৰ পূৱ ভাৰতত অসমৰ অৱস্থিতি
Chapter 12অসমৰ ভূ – প্রকৃতি, অৱবাহতন্ত্ৰ আৰু জলবায়ু
Chapter 13জনসংখ্যাৰ গাঁথনি
Chapter 14জনসংখ্যাৰ বিতৰণ আৰু ইয়াৰ ঘনত্ব
Chapter 15অসমৰ কৃষিখণ্ড আৰু উদ্যোগ
Chapter 16অসমৰ যাতায়াত আৰু যোগাযোগ ব্যবস্থা
Chapter 17ভাৰতৰ জনসংখ্যা
Chapter 18ভাৰতৰ জনপ্ৰৱজনৰ পৰিক্ৰম
Chapter 19মানৱ সম্পদ উন্নয়ন
Chapter 20ভাৰতৰ জনবসতি
Chapter 21ভূমি সম্পদ আৰু কৃষিকাৰ্য
Chapter 22ভাৰতৰ খনিজ আৰু ইন্ধন সম্পদ
Chapter 23ভাৰতৰ কাৰিকৰী উদ্যোগ
Chapter 24ভাৰতৰ পটভূমিত পৰিকল্পনা আৰু বহনক্ষম উন্নয়ন
Chapter 25ভাৰতৰ পৰিবহণ আৰু যোগাযোগ ব্যৱস্থা
Chapter 26আন্তর্জাতিক বাণিজ্য
Chapter 27নির্বাচিত সমস্যা আৰু প্রচলন, ভৌগোলিক দৃষ্টিপাত

আমাৰ ফালৰ পৰা দুআষাৰ

সৰ্বভাৰতীয় পাঠ্যক্ৰমৰ লগত সহ অৱস্থান হোৱাকৈ ৰাষ্ট্ৰীয় শৈক্ষিক গবেষণা আৰু প্রশিক্ষণ পৰিষদে (NCERT) প্রস্তুত কৰি উলিওৱা ৰাষ্ট্ৰীয় পাঠ্যক্ৰমৰ গাঁথনি (NCF-2005) ৰ আধাৰত অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে (AHSEC) যথেষ্ট পর্যালোচনাৰ অন্তত শেহতীয়াকৈ পাঠ্যক্ৰমৰ সংশোধন কৰিছে। উচ্চতৰ মাধ্যমিক প্রথম বার্ষিক আৰু দ্বিতীয় বার্ষিক ছাত্ৰ-ছাত্ৰীসকললৈ ব্যৱহাৰিক আৰু বিজ্ঞানসন্মত গুণগত শিক্ষা আগবঢ়োৱাৰ উপৰিও শিক্ষাৰ ক্ষেত্ৰত গোলকীয় যুগৰ প্ৰয়োজনীয়তা পূৰাবলৈ “অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে” ইয়াৰ পাঠ্যক্ৰম আৰু পাঠ্যসূচী সংশোধন কৰি উলিয়াইছে। ৰাষ্ট্ৰীয় শৈক্ষিক গবেষণা তথা প্রশিক্ষণ পৰিষদ আৰু বিশ্ববিদ্যালয়ৰ অনুদান আয়োগৰ (UGC) দৰে গৱেষণা প্রতিষ্ঠানবোৰত নতুন পাঠ্যক্ৰম আৰু পাঠ্যসূচী প্ৰৱৰ্তন কৰিবৰ বাবে অধিতভাবে প্ৰয়াস আৰম্ভ হৈছে। এনে প্রচেষ্টাই প্রয়োজনীয় জ্ঞানৰ বিকাশ ঘটোৱাৰ লগতে ছাত্ৰ সমাজৰ শৈক্ষিক মান উন্নত কৰাত সহায় কৰিব।

This Post Has One Comment

Leave a Reply