Assam State Open School | ASOS | HS Level | All Subjects Questions Answer | Assamese Medium|

Assam State Open School | ASOS | HS Level | All Subjects Questions Answer | Assamese Medium| মুক্ত বিদ্যালয়ৰ (SOS) ছাত্ৰ-ছাত্ৰীৰ বাবে উপযোগীকে ৰাষ্ট্ৰীয় মুক্ত বিশ্ববিদ্যালয় শিক্ষা সংস্থাই প্ৰস্তুত কৰি উলিওৱা পাঠ্যক্রমকে অসম ৰাজ্যিক মুক্ত বিদ্যালয়ৰ পাঠ্যক্রম হিচাপে গ্রহণ কৰা হৈছে।

Assam State Open School | ASOS | HS Level | All Subjects Questions Answer | Assamese Medium|

Assam State Open School | ASOS | HS Level | All Subjects Questions Answer | Assamese Medium|
ASOS | HS Level | All Subjects Questions Answer

অসম ৰাজ্যিক মুক্ত বিদ্যালয়ৰ শৈক্ষিক পাঠ্যক্ৰমক নমনীয় বোলা হৈছে এই বাবেই যে ইয়াত পুঢ়ুৱৈয়ে কি পঢ়িব, কেনেকৈ পঢ়িব, ক’ত পঢ়িব আৰু কেনেদৰে পঢ়ি তাক নিজে নির্ণয় কৰিব পাৰে। এই পাঠ্যক্রমৰ অধ্যয়ন সামগ্ৰীসমূহ দূৰ সংযোগী শিক্ষাৰ আৰ্হিৰে প্ৰস্তুত কৰা হৈছে আৰু বিদ্যালয়ত যোগদান নকৰাকৈ ছাত্ৰ-ছাত্ৰীসকলে তেওঁলোকৰ সুবিধা অনুসৰি অধ্যয়ন কৰিব পাৰে। তাৰোপৰি পাঠ্যক্ৰমত বছৰি দুবাৰকৈ ৫ বছৰত ৯ বাৰ পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ সুবিধা লাভ কৰিব।

বৰ্ধিত জনসংখ্যাৰ লগে লগে বাঢ়ি অহা আনুষ্ঠানিক চাহিদাৰ অভাৱ, আর্থ সামাজিক কাৰক আদিৰ বাবে বহু সংখ্যক ছাত্ৰ-ছাত্ৰী শিক্ষা আহৰণৰ পৰা বঞ্চিত হৈ আহিছে। মাধ্যমিক শিক্ষাৰ সাৰ্বজনীনতাৰ দ্বাৰা আনুষ্ঠানিক শিক্ষা গ্ৰহণৰ পৰা বঞ্চিত অধ্যয়ন পিপাসু ছাত্ৰ-ছাত্ৰীসকলৰ মাজত শিক্ষা গ্ৰহণৰ এটি পথ প্রসস্ত কৰাৰ প্ৰয়োজনীয়তা আৰ্হি পৰিছে। সেয়েহে আনুষ্ঠানিক শিক্ষা ব্যৱস্থাৰ পৰিসীমাৰ পৰা আঁতৰি থকা বা লাহে লাহে বিভিন্ন কাৰণত শৈক্ষিক মূল সুঁতিৰ পৰা ফালৰি কাটি যোৱা সকলৰ মাজত শিক্ষা প্ৰসাৰৰ প্ৰতি লক্ষ্য আগত ৰাখি আনুষ্ঠানিক শিক্ষাৰ বিকল্প ৰূপত মুক্ত তথা দূৰ সংযোগী শিক্ষা (Open and Distance Learning) ব্যৱস্থাৰ প্ৰৱৰ্তন কৰা হৈছে। শৈক্ষিক পাঠ্যক্ৰমৰ নমনীয় গুণেৰে এই শিক্ষা ব্যৱস্থা সকলোৰে বাবে সহজলভ্য কৰাৰ প্ৰয়াস কৰা হৈছে।

SL. NO.SubjectsLinks
1EnglishClick Here
2AssameseClick Here
3EconomicsClick Here
4PsychologyClick Here
5Home ScienceClick Here
6Political ScienceClick Here
7Environmental StudiesClick Here

আমাৰ ফালৰ পৰা দুআষাৰ

সৰ্বভাৰতীয় পাঠ্যক্ৰমৰ লগত সহ অৱস্থান হোৱাকৈ ৰাষ্ট্ৰীয় শৈক্ষিক গবেষণা আৰু প্রশিক্ষণ পৰিষদে (NCERT) প্রস্তুত কৰি উলিওৱা ৰাষ্ট্ৰীয় পাঠ্যক্ৰমৰ গাঁথনি (NCF-2005) ৰ আধাৰত অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে (AHSEC) যথেষ্ট পর্যালোচনাৰ অন্তত শেহতীয়াকৈ পাঠ্যক্ৰমৰ সংশোধন কৰিছে। উচ্চতৰ মাধ্যমিক প্রথম বার্ষিক আৰু দ্বিতীয় বার্ষিক ছাত্ৰ-ছাত্ৰীসকললৈ ব্যৱহাৰিক আৰু বিজ্ঞানসন্মত গুণগত শিক্ষা আগবঢ়োৱাৰ উপৰিও শিক্ষাৰ ক্ষেত্ৰত গোলকীয় যুগৰ প্ৰয়োজনীয়তা পূৰাবলৈ “অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে” ইয়াৰ পাঠ্যক্ৰম আৰু পাঠ্যসূচী সংশোধন কৰি উলিয়াইছে। ৰাষ্ট্ৰীয় শৈক্ষিক গবেষণা তথা প্রশিক্ষণ পৰিষদ আৰু বিশ্ববিদ্যালয়ৰ অনুদান আয়োগৰ (UGC) দৰে গৱেষণা প্রতিষ্ঠানবোৰত নতুন পাঠ্যক্ৰম আৰু পাঠ্যসূচী প্ৰৱৰ্তন কৰিবৰ বাবে অধিতভাবে প্ৰয়াস আৰম্ভ হৈছে। এনে প্রচেষ্টাই প্রয়োজনীয় জ্ঞানৰ বিকাশ ঘটোৱাৰ লগতে ছাত্ৰ সমাজৰ শৈক্ষিক মান উন্নত কৰাত সহায় কৰিব।

This Post Has 2 Comments

  1. H

    Assamese subject ulua nai

    1. we are very sorry to say that we did not provided till now we will provide you as soon as possible may be with in 3-4 days
      thanks for your your comments

Leave a Reply