Class 12 Assam Open School Psychology Chapter-2 মনোবিজ্ঞানীসকলে কিদৰে অধ্যয়ন কৰে?

Class 12 Assam Open School Psychology Chapter-2 মনোবিজ্ঞানীসকলে কিদৰে অধ্যয়ন কৰে? মুক্ত বিদ্যালয়ৰ (SOS) ছাত্ৰ-ছাত্ৰীৰ বাবে উপযোগীকে ৰাষ্ট্ৰীয় মুক্ত বিশ্ববিদ্যালয় শিক্ষা সংস্থাই প্ৰস্তুত কৰি উলিওৱা পাঠ্যক্রমকে অসম ৰাজ্যিক মুক্ত বিদ্যালয়ৰ পাঠ্যক্রম হিচাপে গ্রহণ কৰা হৈছে। Class 12 Assam Open School Psychology Chapter-2 মনোবিজ্ঞানীসকলে কিদৰে অধ্যয়ন কৰে?

HS Second Year Open School Psychology Chapter-2 মনোবিজ্ঞানীসকলে কিদৰে অধ্যয়ন কৰে?

খণ্ড ১ মড্যুল :১

2.1. পাঠ্য অন্তর্গত প্রশ্নাৱলীৰ উত্তৰ :

১. খালী ঠাই পূৰণ কৰা :

(ক) বিজ্ঞান হৈছে এক………অনুসন্ধান পদ্ধতি যিটো….. পর্যবেক্ষণৰ ওপৰত প্ৰতিস্থিত।

উত্তৰ : বিজ্ঞান হৈছে এক প্রণালীবদ্ধগত অনুসন্ধান পদ্ধতি যিটো পক্ষপাতিত্বহীন পর্যবেক্ষণৰ ওপৰত প্ৰতিস্থিত। 

(খ) বিজ্ঞান হৈছে ৰাজহুৱা অথবা যিটো হ’ব পাৰে আন লোকৰ লগত …….-আৰুই হ’ব পাৰে…….।

উত্তৰ: বিজ্ঞান হৈছে ৰাজহুৱা অথবা যিটো হ’ব পাৰে আন লোকৰ লগত ভগাই লোৱা আৰু ইহ’ব পাৰে সদৃশ প্ৰতিৰূপ সৃষ্টি কৰি লোৱা।

(গ) বৈজ্ঞানিক অধ্যয়ন হৈছে ………. I

উত্তৰঃ বৈজ্ঞানিক অধ্যয়ন হৈছে বিষয়নিষ্ঠ ।

2.2. পাঠ্য অন্তর্গত প্রশ্নাৱলীৰ উত্তৰ

তলত দিয়া উদ্ধৃিতিবোৰ সত্য নে অসত্য উল্লেখ কৰা ঃ 

১। পৰীক্ষণ হৈছে নিয়ন্ত্ৰিত পৰিস্থিতিৰ অধীনত পর্যবেক্ষণ। (সত্য/অসত্য)

উত্তৰঃসত্য।

২। স্বতন্ত্র পৰিৱৰ্তীবোৰ হেৰ-ফেৰ কৰা নহয়। (সত্য/অসত্য)

উত্তৰঃ অসত্য।

৩। পৰীক্ষণীয় দলটোৱে আই ভিৰ অভিক্ৰিয়া লাভ কৰে। (সত্য/অসত্য)

উত্তৰঃ সত্য।

৪। নিয়ন্ত্রিত দলটো পৰীক্ষণীয় দলৰ নিহিত গুণসমূহৰ দিশৰ পৰা পৃথক প্ৰকৃতিৰ হ’ব পাৰে। (সত্য/অসত্য)

উত্তৰ: অসত্য।

2.3. পাঠ্য অন্তর্গত প্রশ্নাৱলীৰ উত্তৰ

১। স্বতন্ত্র পৰিৱৰ্তী কি ?

উত্তৰ : এটা পৰিৱৰ্তী যিটো পৰীক্ষকৰ দ্বাৰা নিৰ্ভৰশীল পৰিৱৰ্তীয় যিটোৰ ওপৰত ইয়াৰ প্ৰভাৱ সম্বন্ধে জনাৰ বাবে হেৰফেৰ কৰি লোৱা হয়। 

২। বিজ্ঞান হিচপে মনোবিজ্ঞানৰ লক্ষ্যসমূহ তালিকাভুক্ত কৰা।

উত্তৰঃ বর্ণনা, ব্যাখ্যা, ভৱিষ্যতবাণী, নিয়ন্ত্রণ।

2.4. পাঠ্য অন্তর্গত প্রশ্নাৱলীৰ উত্তৰ

১। কেন্দ্ৰীয় প্ৰৱণতাৰ পৰিমাপবোৰ কি ? 

উত্তৰঃ গড়, মধ্যমা, বহুলক (Mode)

২। সহসম্বন্ধ কি ?

উত্তৰঃ সহসম্বন্ধ হৈছে দুটা পৰিৱৰ্তীৰ মাজত গাণিদিকভাৱে সম্বন্ধ প্ৰদৰ্শনৰ এটা পদ্ধতি।

৩। পৰিসংখ্যা কিদৰে সহায়ক হয়?

উত্তৰঃ পৰিসংখ্যা হৈছে গণিতশাস্ত্ৰৰ এটা শাখা। ইয়ে পৰিমাণাত্মক তথ্য সংগ্ৰহ, শ্ৰেণীকৰণ, বর্ণনাকৰণ আৰু ব্যাখ্যা প্রদানৰ সৈতে মোকাবিলা কৰে। মনোবিজ্ঞানত পৰিসংখ্যা বিজ্ঞান ব্যৱহাৰ কৰা হয় তলত দিয়া কাৰণবোৰৰ বাবে

(ক) আচৰণৰ বৰ্ণনা প্ৰদান কৰাৰ বাবে আৰু 

(খ) আচৰণৰ ভবিষ্যৎ বাণী কৰাৰ বাবে

যেতিয়া আচৰণৰ বৰ্ণনা প্ৰদান কৰাৰ বাবে পৰিসংখ্যা বিজ্ঞান ব্যৱহাৰ কৰা হয়। তেতিয়া বর্ণনামূলক পৰিসংখ্যা বিজ্ঞান ব্যৱহাৰ কৰা হয়। যেতিয়া আচৰণৰ ব্যাখ্যাকৰণৰ বাবে ইয়াক ব্যৱহাৰ কৰা হয়। তেতিয়া অনুমানমূলক পৰিসংখ্যা বিজ্ঞান ব্যৱহাৰ কৰা হয়।

যেতিয়া বৃহৎ পৰিমাণৰ তথ্য সংগ্ৰহ কৰা হয়, ইয়াক সাধাৰণতে ঘণীভূত আকৃতিত বাৰংবাৰদা বিতৰণ তালিকাত অধিক অর্থপূর্ণ আৰু বোধগম্য কৰি উপস্থাপন কৰা হয়। বাৰংবাতা বিতৰণ তালিকা পৰিসংখ্যামূলক বিশ্লেষণৰ প্রাথমিক স্তব।

পাঠ্য সমাপ্তিৰ অনুশীলনীৰ উত্তৰ

১। মনোবৈজ্ঞানিক অধ্যয়নৰ লক্ষ্যসমূহ কি ?

উত্তৰঃ (গ) নৈদানিক মনোবিজ্ঞানী

২। এটা পৰীক্ষণৰ বিভিন্ন স্তৰবোৰ কি কি?

উত্তৰঃ দ্বাৰা

৩। মানুহৰ আচৰণ উপলব্ধি কৰিবলৈ মনোবিজ্ঞানীসকলে কিধৰণৰ সামগ্ৰীসমূহ ব্যৱহাৰ কৰে?

উত্তৰ : মনোবিজ্ঞানৰ অধ্যয়নৰ সময়ত মনোবিজ্ঞানীয়ে প্রাসঙ্গিক তথ্য সংগ্ৰহৰ বাবে বিভিন্ন সঁজুলিসমূহক ব্যৱহাৰ কৰে। স্মৃতি ড্ৰাম আৰু থেচিত স্বপ স্মৃতি আৰু সংবোধনৰ অধ্যয়নত প্ৰায়ে ব্যৱহাৰ হয়। সেইদৰে EEG CCG PET. GSR, MRI, FMRI ইত্যাদি স্নায়ু-মনোবিজ্ঞানৰ ক্ৰিয়াৰ অধ্যনত ব্যৱহাৰ হয়। ইলেকট্রিকেল সৰঞ্জামে উদ্দীপকৰ উত্থাপনত আৰু প্ৰতিক্ৰিয়া ৰেকৰ্ড কৰাত সহায় কৰে। টেপ ৰেকৰ্ডাৰ আৰু ভিডিঅ’ ৰেকৰ্ডিং আদিত ব্যৱহাৰ কৰা হয়। ইয়াৰ উপৰিও, বিভিন্ন মনোবৈজ্ঞানিক গুণসমূহৰ ক্ষেত্ৰলৈ প্ৰৱেশ কৰাৰ বাবে সেইবোৰ পৰিমাপৰ কাৰণে কাগজ-পেঞ্চিল পৰীক্ষা ব্যৱহাৰ কৰা হয়।

অধ্যায়:খণ্ড ১LINK
মড্যুল :১
অধ্যায়: ১মনোবিজ্ঞান : আত্ম আৰু আনসকলৰ মননClick Here
অধ্যায়: ২মনোবিজ্ঞানীসকলে কিদৰে অধ্যয়ন কৰে?Click Here
অধ্যায়: ৩মন আৰু আচৰণৰ জৈৱিক আৰু সাংস্কৃতিক আকৃতিকৰণClick Here
অধ্যায়: 8আমাৰ চৌপাশৰ পৃথিবীৰ প্ৰতি সজাগতাClick Here
অধ্যায়: ৫মনোযোগ আৰু সংবোধনClick Here
অধ্যায়: ৬শিক্ষণ প্ৰক্ৰিয়া আৰু কৌশল আয়ত্বকৰণClick Here
অধ্যায়: ৭স্মৃতি আৰু বিস্মৃতিClick Here
অধ্যায়: ৮সত্যতাৰ ঊৰ্ধ্বলৈ যাত্ৰা : চিন্তা আৰু যুক্তিClick Here
অধ্যায়: ৯অভিৰোচনClick Here
অধ্যায়: ১০আৱেকClick Here
অধ্যায়: ১১বিকাশ : ইয়াৰ প্ৰকৃতিClick Here
অধ্যায়: ১২বিকাশৰ প্ৰভাৱ ক্ষেত্রসমূহClick Here
অধ্যায়: ১৩কৈশোৰClick Here
অধ্যায়: ১8প্রাপ্তবয়স্ককাল আৰু বাৰ্ধক্য কালClick Here
অধ্যায়: ১৫বৈষম্যসমূহৰ মনন বুদ্ধিৰ সংঘটনClick Here
অধ্যায়: ১৬আত্ম বা স্বয়ং কি ?Click Here
অধ্যায়: ১৭আত্ম বা স্বয়ং আৰু মনোবৈজ্ঞানিক প্রক্রিয়াসমূহClick Here
অধ্যায়: ১৮ব্যক্তিত্বৰ তত্ত্বসমূহClick Here
অধ্যায়: ১৯ব্যক্তিত্বৰ মূল্যাঙ্কনClick Here
অধ্যায়: ২০মনোবৈজ্ঞানিক বিসংগতিClick Here
অধ্যায়: ২১দলীয় প্রক্রিয়াসমূহClick Here
অধ্যায়: ২২ব্যক্তি বোধ আৰু আন্তঃব্যক্তিক আকর্ষণClick Here
অধ্যায়: ২৩মানুহ-পৰিবেশ পাৰস্পৰিক ক্রিয়াClick Here
অধ্যায়: ২8মনোচিকিৎসাClick Here
অধ্যায়: ২৫স্বাস্থ্য মনোবিজ্ঞানClick Here
অধ্যায়: ২৬শিক্ষা আৰু কৰ্মClick Here
অধ্যায়: ২৭কৰ্মজীৱনৰ উন্নতিClick Here
অধ্যায়: ২৮বৃত্তিগত পছন্দ আৰু বৃত্তিগত সমাযোজনClick Here
অধ্যায়: ২৯চাপ আৰু তোমাৰ স্বাস্থ্যClick Here
অধ্যায়: ৩০চাপ পৰিচালনা আৰু কল্যাণClick Here
অধ্যায়: ২৬আগতীয়া বাল্যকালৰ বিকাশৰ ধাৰাClick Here
অধ্যায়: ২৭ক্রীড়া কেন্দ্র ঃ উদ্দেশ্যClick Here
অধ্যায়: ২৮ক্রীড়া কেন্দ্র : সাংগঠনিক সবিশেষClick Here
অধ্যায়: ২৯কাৰ্যসূচীসমূহৰ পৰিকল্পনা আৰু পৰিচালনাClick Here
অধ্যায়: ৩০ক্রীড়া কেন্দ্ৰত অভিভাৱক আৰু সম্প্ৰদায়ৰ অংশ গ্রহণClick Here



This Post Has 6 Comments

Leave a Reply