HS Second Year Sociology Solutions – সমাজতত্ত্ব

HS Second Year Sociology Solutions – সমাজতত্ত্ব। উচ্চতৰ মাধ্যমিক দ্বিতীয়বাৰ্ষিকৰ সমাজতত্ত্ব বিষয়ৰ শেহতীয়া পাঠ্যক্ৰমৰ ওপৰত ভিত্তি কৰি পাঠ ভিত্তিক প্রশ্ন উত্তৰৰ লগতে অতিৰিক্ত প্ৰশ্নৰ উত্তৰ আমাৰ ৱেবচাইটত উপলব্ধ। HS Second Year Sociology Solutions – সমাজতত্ত্ব AHSEC Syllabus

HS Second Year Question Answer (Assamese Medium)

EnglishClick Here
অৰ্থনীতি (Economy)Click Here
ভূগোল (Geography)Click Here
हिंदी Click Here
অসমীয়াClick Here
ঐচ্ছিক অসমীয়া (Advance Assamese)Click Here
বুৰঞ্জী (History)Click Here
শিক্ষা (Education)Click Here
ৰাজনীতি (Political Science)Click Here
সমাজতত্ত্ব (Sociology)Click Here
তৰ্কবিদ্যা আৰু দর্শনশাস্ত্ৰ (Logic & Philosophy)Click Here
নৃতত্ত্ব (Anthropology)Click Here
HS Second Year Sociology Solutions - সমাজতত্ত্ব
HS Second Year Sociology Solutions – সমাজতত্ত্ব

ইয়াত আপুনি শিৰোনামৰ পৰা দেখিব পাৰে যে অসমীয়াৰ সকলো প্ৰশ্নৰ উত্তৰ অধ্যায় অনুসৰি প্ৰদান কৰা হয়। আৰু ইয়াত আপুনি সহজে অধ্যয়ন আৰু শিকিব পাৰে। উত্তৰবোৰ মৌলিক আৰু মানক উপায়েৰে প্ৰদান কৰা হয়।

Class 12 Sociology Solutions – সমাজতত্ত্ব

Sl. No.সূচী-পত্ৰLink
Unit 1প্ৰথম খণ্ড
Chapter 1ভাৰতীয় সমাজ গঠনClick Here
Chapter 2সামাজিক সংস্থা : ধাৰাবাহিকতা আৰু পৰিবৰ্তনClick Here
Chapter 3সামাজিক বৈষম্য আৰু বৰ্জনClick Here
Chapter 4অনৈক্যৰ মাজত ঐক্য প্রত্যাহ্বানসমূহClick Here
Chapter 5প্রকল্প কার্যClick Here
Unit 2দ্বিতীয় খণ্ড : ভাৰতত সামাজিক পৰিবৰ্তন আৰু বিকাশ
Chapter 6ভাৰতত সামাজিক পৰিবৰ্তনৰ প্ৰক্ৰিয়াClick Here
Chapter 7সামাজিক পৰিবৰ্তন আৰু ৰাজনীতিClick Here
Chapter 8সামাজিক পৰিবৰ্তন আৰু অর্থনীতিClick Here
Chapter 9সামাজিক পৰিবৰ্তনৰ নতুন ক্ষেত্রClick Here
Chapter 10সামাজিক আন্দোলনসমূহClick Here

পৰীক্ষাত কৃতকার্যতা লাভ কৰিবলৈ পৰীক্ষাৰ্থীসকলে গুৰুত্ব দিবলগীয়া কেইটামান বিষয়—

  • পৰীক্ষাত সাফলা অৰ্জন কৰাৰ ক্ষেত্ৰত প্ৰধানকৈ নিৰ্ভৰ কৰে উপযুক্ত প্ৰশ্নৰ নিৰ্বাচন আৰু সেই প্ৰশ্নৰ শুদ্ধ উত্তৰ দিয়া।
  • উত্তৰ কৰোতে প্ৰতিটো প্ৰশ্নৰ বাবে ধার্য কৰা মূল্যাংকলৈ বিশেষভাবে লক্ষ্য কৰিব লাগে। ‘এক’ নম্বৰ থকা এটা প্ৰশ্নৰ উত্তৰ এটা বাক্যত দিয়াৰ পৰিবৰ্তে ৪/৫টা বাকাত দিলে প্রশ্নটোৰ বাবে থকা ‘এক’ নম্বৰ পোৱাও কঠিন হৈ পৰে। সেইদৰে আজিকালি মূল প্ৰশ্নত ৫-ৰ পৰা ৬-ৰ ভিতৰতহে নম্বৰ দিয়ে। গতিকে এই মূল প্ৰশ্নৰ উত্তৰো ৪/৫ পৃষ্ঠা লিখাৰ কোনো প্রয়োজন নহয়। এনে কৰিলে। সময়ৰ অপব্যৱহাৰ হোৱাৰ লগতে, পৰীক্ষাৰ্থীৰ উত্তৰ বহী চাই পৰীক্ষকৰ বিৰূপ ধাৰণাহে হ’ব আৰু প্ৰশ্নৰ বাবে ধার্য কৰা নম্বৰ পোৱাও কঠিন হ’ব।
  • উত্তৰ লিখোতে সদায় ক্রম অনুসৰিহে লিখিবা, যাতে তোমাৰ উত্তৰ পৰীক্ষকৰ মনোগ্রাহী হয়। লিখাৰ আগতে কোনটো কথা কোনটোৰ পিছত লিখিবা মনতে স্থিৰ কৰি ল’বা।
  • কোনো এটা প্ৰশ্নৰ উত্তৰ সম্পূর্ণকৈ নাজানা, কিন্তু প্রশ্নটোৰ উত্তৰ নকৰিলেও নহয়, তেনে ক্ষেত্ৰত প্ৰশ্নটোৰ উত্তৰ যি জানা সেইখিনি লিখিবা। ভুল আৰু অদৰকাৰী কথা কিছুমান লিখি পৰীক্ষকৰ মনত বিৰূপ মনোভাবৰ সৃষ্টি নকৰিবা।

This Post Has One Comment

Leave a Reply