Class 11 Logic and Philosophy Question and Answer |তৰ্কবিজ্ঞান আৰু দর্শন

Class 11 Logic and Philosophy Question and Answer |তৰ্কবিজ্ঞান আৰু দর্শন। উচ্চতৰ মাধ্যমিক প্ৰথম বাৰ্ষিকৰ ঐচ্ছিক অসমীয়া বিষয়ৰ শেহতীয়া পাঠ্যক্ৰমৰ ওপৰত ভিত্তি কৰি পাঠ ভিত্তিক প্রশ্ন উত্তৰৰ লগতে অতিৰিক্ত প্ৰশ্নৰ উত্তৰ আমাৰ ৱেবচাইটত উপলব্ধ। Class 11 Logic and Philosophy Question and Answer |তৰ্কবিজ্ঞান আৰু দর্শন AHSEC Syllabus

Class 11 Logic and Philosophy Question and Answer |তৰ্কবিদ্যা আৰু দর্শন
Class 11 Logic and Philosophy Question and Answer |তৰ্কবিদ্যা আৰু দর্শন

Hs First Year Question Answer (Assamese Medium)

ইংৰাজী (English)Click Here
অসমীয়া Click Here
हिन्दीClick Here
ঐচ্ছিক অসমীয়া (Advance Assamese)Click Here
তৰ্কবিদ্যা আৰু দর্শন (Logic & Philosophy)Click Here
পৰিৱেশ শিক্ষা ( Environmental Studies)Click Here
বুৰঞ্জী (History)Click Here
শিক্ষা (Education)Click Here
সমাজতত্ত্ব (sociology)Click Here
অৰ্থনীতি (Economy)Click Here
ৰাজনীতি (Political Science)Click Here
ভূগোল (Geography)Click Here

ইয়াত আপুনি শিৰোনামৰ পৰা দেখিব পাৰে যে অসমীয়াৰ সকলো প্ৰশ্নৰ উত্তৰ অধ্যায় অনুসৰি প্ৰদান কৰা হয়। আৰু ইয়াত আপুনি সহজে অধ্যয়ন আৰু শিকিব পাৰে। উত্তৰবোৰ মৌলিক আৰু মানক উপায়েৰে প্ৰদান কৰা হয়।

HS First Year Logic And Philosophy Questions Answer তৰ্কবিজ্ঞান আৰু দর্শন

প্রথম খণ্ড – তৰ্কবিজ্ঞান

Unit- I Contents Links
Unit- II তর্কবিজ্ঞান ( Logic)
সংজ্ঞা, প্রকৃতি, পৰিসৰ আৰু উপযোগিতা পৰম্পৰাগত আৰু আধুনিক তর্কবিজ্ঞান
Click here
উপসর্গ ( Proposition) :- বচন (Proposition) পদ (Term)Click here
বচন (Proposition)Click here
সাধাৰণ বাক্যক বচনলৈ পৰিৱৰ্তন (Transformation of ordinary sentences to logical proposition) Click here
তৰ্কীয় বচনত পদৰ ব্যাপ্ততা (Distribution of Term In a Logical Proposition)Click here
বচনৰ আধুনিক শ্রেণীবিভাজন (Modern Classification of Proposition)Click here
Unit-IIIঅনুমান, নিৰপেক্ষ ন্যায় ( Inference, Categorical Syllogism)Click here
Unit- IVপ্রতিকাত্মক তর্কবিজ্ঞান ( Symbolic Logic)Click here

দ্বিতীয় খণ্ড – দর্শন

Unit- V দর্শন (Philosophy) Click here
Unit- VI ভাৰতীয় দর্শন ( Indian Philosophy ) Click here
Unit- VIIজ্ঞান উৎপত্তি সম্পৰ্কীয় ( Theories of the origin of knowledge ) Click here
প্ৰমাণঃ প্ৰত্যক্ষ আৰু অনুমান Click here
Unit- VIIIবাস্তৱবাদ আৰু ভাৱবাদ (Realism and Idealism) Click here

পৰীক্ষাত কৃতকার্যতা লাভ কৰিবলৈ পৰীক্ষাৰ্থীসকলে গুৰুত্ব দিবলগীয়া কেইটামান বিষয়—

  • পৰীক্ষাত সাফলা অৰ্জন কৰাৰ ক্ষেত্ৰত প্ৰধানকৈ নিৰ্ভৰ কৰে উপযুক্ত প্ৰশ্নৰ নিৰ্বাচন আৰু সেই প্ৰশ্নৰ শুদ্ধ উত্তৰ দিয়া।
  • উত্তৰ কৰোতে প্ৰতিটো প্ৰশ্নৰ বাবে ধার্য কৰা মূল্যাংকলৈ বিশেষভাবে লক্ষ্য কৰিব লাগে। ‘এক’ নম্বৰ থকা এটা প্ৰশ্নৰ উত্তৰ এটা বাক্যত দিয়াৰ পৰিবৰ্তে ৪/৫টা বাকাত দিলে প্রশ্নটোৰ বাবে থকা ‘এক’ নম্বৰ পোৱাও কঠিন হৈ পৰে। সেইদৰে আজিকালি মূল প্ৰশ্নত ৫-ৰ পৰা ৬-ৰ ভিতৰতহে নম্বৰ দিয়ে। গতিকে এই মূল প্ৰশ্নৰ উত্তৰো ৪/৫ পৃষ্ঠা লিখাৰ কোনো প্রয়োজন নহয়। এনে কৰিলে। সময়ৰ অপব্যৱহাৰ হোৱাৰ লগতে, পৰীক্ষাৰ্থীৰ উত্তৰ বহী চাই পৰীক্ষকৰ বিৰূপ ধাৰণাহে হ’ব আৰু প্ৰশ্নৰ বাবে ধার্য কৰা নম্বৰ পোৱাও কঠিন হ’ব।
  • উত্তৰ লিখোতে সদায় ক্রম অনুসৰিহে লিখিবা, যাতে তোমাৰ উত্তৰ পৰীক্ষকৰ মনোগ্রাহী হয়। লিখাৰ আগতে কোনটো কথা কোনটোৰ পিছত লিখিবা মনতে স্থিৰ কৰি ল’বা।
  • কোনো এটা প্ৰশ্নৰ উত্তৰ সম্পূর্ণকৈ নাজানা, কিন্তু প্রশ্নটোৰ উত্তৰ নকৰিলেও নহয়, তেনে ক্ষেত্ৰত প্ৰশ্নটোৰ উত্তৰ যি জানা সেইখিনি লিখিবা। ভুল আৰু অদৰকাৰী কথা কিছুমান লিখি পৰীক্ষকৰ মনত বিৰূপ মনোভাবৰ সৃষ্টি নকৰিবা।

This Post Has One Comment

Leave a Reply