HS First Year Sociology Solutions – সমাজতত্ত্ব

HS First Year Sociology Solutions – সমাজতত্ত্ব। উচ্চতৰ মাধ্যমিক প্ৰথম বাৰ্ষিকৰ ঐচ্ছিক অসমীয়া বিষয়ৰ শেহতীয়া পাঠ্যক্ৰমৰ ওপৰত ভিত্তি কৰি পাঠ ভিত্তিক প্রশ্ন উত্তৰৰ লগতে অতিৰিক্ত প্ৰশ্নৰ উত্তৰ আমাৰ ৱেবচাইটত উপলব্ধ। HS First Year Sociology Solutions – সমাজতত্ত্ব AHSEC Syllabus

HS First Year Sociology Solutions - সমাজতত্ত্ব
সমাজতত্ত্ব

ইয়াত আপুনি শিৰোনামৰ পৰা দেখিব পাৰে যে অসমীয়াৰ সকলো প্ৰশ্নৰ উত্তৰ অধ্যায় অনুসৰি প্ৰদান কৰা হয়। আৰু ইয়াত আপুনি সহজে অধ্যয়ন আৰু শিকিব পাৰে। উত্তৰবোৰ মৌলিক আৰু মানক উপায়েৰে প্ৰদান কৰা হয়।

সমাজতত্ত্ব পৰিচয় ( Part – I )

ক্ৰমিক নং পাঠ লিংক
1.সমাজতত্ত্ব আৰু সমাজ (Sociology and Society) Click Here
2.বিশেষ অর্থ থকা শব্দ, অৱধাৰণা আৰু সমাজতত্ত্বত ইয়াৰ ব্যৱহাৰ (Terms. Concepts and their use in Sociology) Click Here
3.সামাজিক সংস্থাবোধ (Understanding Social Institutions) Click Here
4.সংস্কৃতি আৰু সামাজিকৰণ (Culture and Socialisation) Click Here
5. সমাজতত্ত্ব অধ্যয়ন : গবেষণা প্রণালী (Doing Sociology: Research Methods) Click Here

সমাজ বোধ ( Part-II )

ক্ৰমিক নং পাঠ লিংক
1.সামাজিক সংৰচনা, স্তৰীকৰণ আৰু সমাজৰ সামাজিক প্রক্রিয়া (Social Structure, Stratification and Social Process in Society) Click Here
2.গ্রামীণ আৰুনগৰীয়া সমাজত সামাজিক পৰিৱৰ্তন আৰু সামাজিক শৃংখলা (Social Change and Social Order in Rural and Urban Society) Click Here
3.পৰিবেশ আৰু সমাজ (Environment and Society) Click Here
4.পাশ্চাত্যৰ সমাজতত্ত্ববিদসকলৰ — এক পৰিচয় (Introduction Western Sociologists) Click Here
5.ভাৰতীয় সমাজতত্ত্ববিদসকল | (Indian Sociologists) Click Here

পৰীক্ষাত কৃতকার্যতা লাভ কৰিবলৈ পৰীক্ষাৰ্থীসকলে গুৰুত্ব দিবলগীয়া কেইটামান বিষয়—

  • পৰীক্ষাত সাফলা অৰ্জন কৰাৰ ক্ষেত্ৰত প্ৰধানকৈ নিৰ্ভৰ কৰে উপযুক্ত প্ৰশ্নৰ নিৰ্বাচন আৰু সেই প্ৰশ্নৰ শুদ্ধ উত্তৰ দিয়া।
  • উত্তৰ কৰোতে প্ৰতিটো প্ৰশ্নৰ বাবে ধার্য কৰা মূল্যাংকলৈ বিশেষভাবে লক্ষ্য কৰিব লাগে। ‘এক’ নম্বৰ থকা এটা প্ৰশ্নৰ উত্তৰ এটা বাক্যত দিয়াৰ পৰিবৰ্তে ৪/৫টা বাকাত দিলে প্রশ্নটোৰ বাবে থকা ‘এক’ নম্বৰ পোৱাও কঠিন হৈ পৰে। সেইদৰে আজিকালি মূল প্ৰশ্নত ৫-ৰ পৰা ৬-ৰ ভিতৰতহে নম্বৰ দিয়ে। গতিকে এই মূল প্ৰশ্নৰ উত্তৰো ৪/৫ পৃষ্ঠা লিখাৰ কোনো প্রয়োজন নহয়। এনে কৰিলে। সময়ৰ অপব্যৱহাৰ হোৱাৰ লগতে, পৰীক্ষাৰ্থীৰ উত্তৰ বহী চাই পৰীক্ষকৰ বিৰূপ ধাৰণাহে হ’ব আৰু প্ৰশ্নৰ বাবে ধার্য কৰা নম্বৰ পোৱাও কঠিন হ’ব।
  • উত্তৰ লিখোতে সদায় ক্রম অনুসৰিহে লিখিবা, যাতে তোমাৰ উত্তৰ পৰীক্ষকৰ মনোগ্রাহী হয়। লিখাৰ আগতে কোনটো কথা কোনটোৰ পিছত লিখিবা মনতে স্থিৰ কৰি ল’বা।
  • কোনো এটা প্ৰশ্নৰ উত্তৰ সম্পূর্ণকৈ নাজানা, কিন্তু প্রশ্নটোৰ উত্তৰ নকৰিলেও নহয়, তেনে ক্ষেত্ৰত প্ৰশ্নটোৰ উত্তৰ যি জানা সেইখিনি লিখিবা। ভুল আৰু অদৰকাৰী কথা কিছুমান লিখি পৰীক্ষকৰ মনত বিৰূপ মনোভাবৰ সৃষ্টি নকৰিবা।

This Post Has One Comment

Leave a Reply