HS First Year Education Solutions – শিক্ষা

HS First Year Education Solutions – শিক্ষা উচ্চতৰ মাধ্যমিক প্ৰথম বাৰ্ষিকৰ শিক্ষা বিষয়ৰ শেহতীয়া পাঠ্যক্ৰমৰ ওপৰত ভিত্তি কৰি পাঠ ভিত্তিক প্রশ্ন উত্তৰৰ লগতে অতিৰিক্ত প্ৰশ্নৰ উত্তৰ আমাৰ ৱেবচাইটত উপলব্ধ।HS First Year Education Solutions – শিক্ষা Higher Secondary প্ৰথম বাৰ্ষিকৰ অন্তৰ্ভুক্ত কৰা কলা শাখাৰ অসমীয়া, ইংৰাজী, ঐচ্ছিক অসমীয়া, অৰ্থনীতি, বুৰঞ্জী, শিক্ষা, ৰাজনীতি, সমাজশাস্ত্ৰ, তৰ্কবিদ্যা আৰু দর্শনশাস্ত্ৰ । চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হবলগীয়া ছাত্র-ছাত্ৰীৰ বাবে আমাৰ এই ৱেবছাইটত শেহতীয়া পাঠ্যক্ৰমৰ ওপৰত ভিত্তি কৰি পাঠ ভিত্তিক প্ৰশ্ন উত্তৰৰ লগতে অতিৰিক্ত প্ৰশ্ন উত্তৰ দিবলৈ চেষ্টা কৰিছোঁ। যত ছাত্ৰ-ছাত্ৰীয়ে অনলাইন যোগে পঢ়িব পাৰিব।

HS First Year Environmental Studies Solutions - শিক্ষা
শিক্ষা

HS First Year Education Syllabus wise distribution of Mark

Unit No.LessonsMark
Unit-1 শিক্ষাৰ ধাৰণা আৰু লক্ষ্য (Concept and Aims of Education) 15
Unit- 2 মানৱ বিকাশৰ স্তৰ (Stages of Human Development)10
Unit – 3 বিদ্যালয় আৰু ইয়াৰ সংগঠন (School and its Organization)20
Unit – 4মনোবিজ্ঞান আৰু শিক্ষা (Psychology and Education)10
Unit – 5মানসিক জীৱনৰ শাৰীৰিক ভিত্তি (Physical Basis of Mental Life)10
Unit – 6 মানৱ আচৰণৰ ভিত্তিসমূহ আৰু দিকদর্শন (Bases and Direction of Human behavior) 10
Unit – 7ভাৰতবৰ্ষ আৰু অসমৰ প্ৰাথমিক শিক্ষা [ Primary Education in India and Assam]25

HS First Year Education Solutions – শিক্ষা

Unit No.LessonsLinks
Unit-1 শিক্ষাৰ ধাৰণা আৰু লক্ষ্য (Concept and Aims of Education) Click here
Unit- 2 মানৱ বিকাশৰ স্তৰ (Stages of Human Development)Click here
Unit – 3 বিদ্যালয় আৰু ইয়াৰ সংগঠন (School and its Organization)Click here
Unit – 4মনোবিজ্ঞান আৰু শিক্ষা (Psychology and Education)Click here
Unit – 5মানসিক জীৱনৰ শাৰীৰিক ভিত্তি (Physical Basis of Mental Life)Click here
Unit – 6 মানৱ আচৰণৰ ভিত্তিসমূহ আৰু দিকদর্শন (Bases and Direction of Human behavior) Click here
Unit – 7ভাৰতবৰ্ষ আৰু অসমৰ প্ৰাথমিক শিক্ষা [ Primary Education in India and Assam]Click here

আমাৰ ফালৰ পৰা দুআষাৰ

সৰ্বভাৰতীয় পাঠ্যক্ৰমৰ লগত সহ অৱস্থান হোৱাকৈ ৰাষ্ট্ৰীয় শৈক্ষিক গবেষণা আৰু প্রশিক্ষণ পৰিষদে (NCERT) প্রস্তুত কৰি উলিওৱা ৰাষ্ট্ৰীয় পাঠ্যক্ৰমৰ গাঁথনি (NCF-2005) ৰ আধাৰত অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে (AHSEC) যথেষ্ট পর্যালোচনাৰ অন্তত শেহতীয়াকৈ পাঠ্যক্ৰমৰ সংশোধন কৰিছে। উচ্চতৰ মাধ্যমিক প্রথম বার্ষিক আৰু দ্বিতীয় বার্ষিক ছাত্ৰ-ছাত্ৰীসকললৈ ব্যৱহাৰিক আৰু বিজ্ঞানসন্মত গুণগত শিক্ষা আগবঢ়োৱাৰ উপৰিও শিক্ষাৰ ক্ষেত্ৰত গোলকীয় যুগৰ প্ৰয়োজনীয়তা পূৰাবলৈ “অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে” ইয়াৰ পাঠ্যক্ৰম আৰু পাঠ্যসূচী সংশোধন কৰি উলিয়াইছে। ৰাষ্ট্ৰীয় শৈক্ষিক গবেষণা তথা প্রশিক্ষণ পৰিষদ আৰু বিশ্ববিদ্যালয়ৰ অনুদান আয়োগৰ (UGC) দৰে গৱেষণা প্রতিষ্ঠানবোৰত নতুন পাঠ্যক্ৰম আৰু পাঠ্যসূচী প্ৰৱৰ্তন কৰিবৰ বাবে অধিতভাবে প্ৰয়াস আৰম্ভ হৈছে। এনে প্রচেষ্টাই প্রয়োজনীয় জ্ঞানৰ বিকাশ ঘটোৱাৰ লগতে ছাত্ৰ সমাজৰ শৈক্ষিক মান উন্নত কৰাত সহায় কৰিব।

This Post Has One Comment

Leave a Reply